• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত আটক ৮ জন ড্ৰাগছ সেৱনকাৰীক জেইল হাজোতলৈ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 5, 2019 8:32 am
IMG-20190204-WA0013

মাৰ্ঘেৰিটাত আটক কৰা দ্ৰাগছসেৱনকাৰী কেইজন। ফটো :নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰি উঠি অহা প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিবং আৰু কেটেতং গাঁৱৰ ৰাইজ একত্ৰিত হৈ ড্ৰাগছ বিক্ৰী কৰা আৰু সেৱনৰ বাবে ব্যৱহাৰ কৰা সন্দেহ জনক ঘৰ সমূহ ঘেৰাও কৰি অভিযান চলায়।

স্থানীয় ৰাইজৰ দ্বাৰা চলোৱা এই অভিযানত ৮ জনকৈ ড্ৰাগছ সেৱনকাৰী তথা বিক্ৰী কৰা যুৱকক আটক কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে। ৰাইজে আটক কৰা যুৱক কেইজন হ’ল ক্ৰমে ডিগবৈৰ বিমান তালুকদাৰ, দুলীয়াজানৰ টিপলিঙৰ চানি গগৈ, মাৰ্ঘেৰিটা চিভিলৰ পৰাগ জ্যোতি বৰা, মাৰ্ঘেৰিটাৰ দেৱজিৎ বৰা, জয়ন্ত বৰা, সঞ্জীৱ চেতিয়া, কেটেতঙৰ হান্নান আলি আৰু ডিবং ফাকিয়ালৰ কৃষ্ণ চেত্ৰী।

ধৃত যুৱক কেইজনৰ পৰা অভিযানকাৰী ৰাইজ কিছু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। ইপিনে সোমবাৰে একাংশ ড্ৰাগছ সেৱনকাৰীৰ পৰিয়ালৰ লোক আহি মাৰ্ঘেৰিটা থানাত বিনা কাৰণত হে গাঁৱৰ ৰাইজে ধৰি অনা বুলি দোষাৰোপ কৰি এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি আটকাধীন যুৱক কেইজনক মোকলাই দিবৰ বাবে আৰক্ষীক দাবী জনাই যদিও বিফল হয়।

আনহাতে ড্ৰাগছ সেৱনকাৰী কেইজনৰ বিৰুদ্ধে এন ডি পি এছৰ অধীনত মাৰ্ঘেৰিটা থানাত এক গোচৰ ৰুজু কৰি কেউজনকে সোমবাৰে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ,ইনথেম,নগাপথাৰ, লালমাটি, ব্ৰহ্মাজান, কেটেতং আদি অঞ্চলত একাংশ যুৱক মাৰাত্মক ড্ৰাগছৰ কৱলত পৰিছে।

উক্ত অঞ্চল সমূহৰ একাংশ লোকেই স্থানীয় আবকাৰী বিভাগক আৰু আৰক্ষীক “মেনেজ” কৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। তদুপৰি,মাৰ্ঘেৰিটা, লিডু, জাগুন, লেখাপানী আদি অঞ্চল সমূহতো মাৰাত্মক ড্ৰাগছৰ সমান্তৰালকৈ এচাম অসাধু ব্যৱসায়ীয়ে কানি-গাঞ্জাৰ ৰমৰমীয়া বেহা অব্যাহত ৰখা বুলি অভিযোগ উঠিছে ।

মাৰ্ঘেৰিটা মহকুমাকে ধৰি তিনিচুকীয়া জিলাৰ বিভাগীয় কৰ্তৃপক্ষৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি এই সকল সমাজ বিৰোধী ধুৰন্ধৰ প্ৰকৃতিৰ লোকে মাৰাত্মক ড্ৰাগছ, কানি-গাঞ্জাকে ধৰি নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা উলুপ, কেটেটং, বৰফাকিয়াল, বাঁহবাৰী, বিচা, মৌংলাং খামটি, কথা, জাগুন, বৰগোলাই, মাৰ্ঘেৰিটা এ পি অ কলনিকে আদি অঞ্চল সমূহত এতিয়া মুক্ত ৰূপত নিচা জাতীয় দ্ৰব্যৰ এখন মুকলি বজাৰ গঢ়ি তোলাৰ অভিযোগ উঠি আহিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd