• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা ৭০জনৰ ভিতৰত ১৮জন ওলাল পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 9:26 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

26.8k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মৃত কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা কমেও ১৮ জন লোকৰ কৰ’না পজিটিভ ধৰা পৰিছে।

মহাৰাষ্ট্ৰৰ থানে জিলাৰ উলহাছনগৰত ঘটিছে এই ঘটনা।

প্ৰশাসনৰ বাধা নিষেধ উলংঘা কৰি প্ৰায় ৭০জন লোক এগৰাকী ৪০বছৰীয়া মহিলাৰ অন্তিম সৎকাৰত উপস্থিত হৈছিল।

বাতৰি অনুসৰি, মহিলাগৰাকীৰ মৃত্যুৰ পাছত পৰীক্ষাত তেওঁৰ দেহত কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছিল।

মহিলাগৰাকীৰ মৃতদেহটো পৰিয়ালক গটাই দিয়া হৈছিল আৰু মৃতদেহটো বান্ধি দিয়া বেগটো নুখুলিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু পৰিয়ালৰ লোকে যোৱা ২৫ মে’ত মৃতদেহৰ অন্তিম সৎকাৰৰ সময়ত সেইটো খুলিছিল।

আৰক্ষীয়ে প্ৰথমতেই অন্তিম সৎকাৰ সম্পৰ্কে সকীয়াই দিছিল আৰু তাৰ পাছতেই পৌৰ নিগম কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল।

নিকট আত্মীয়কে ধৰি অন্তিম সৎকাৰ উপস্থিত থকা ৭০জন লোকৰ পৰীক্ষা কৰাৰ পাছত শুকুৰবাৰে ১৮জন লোকৰ দেহত পজিটিভ ধৰা পৰে।

ইয়াৰ মাজতে, এপিডেমিক এক্টৰ নিয়ম উলংঘা কৰাৰ বাবে মৃতকৰ পৰিয়ালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

চলিত মাহৰে প্ৰথমাৰ্দ্ধত এনে এক ঘটনা সংঘটিত হৈছিল য’ত এগৰাকী ৫০ বছৰীয়া ৰোগীৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত মৃতকৰ পৰিয়ালে অন্তিম সৎকাৰৰ বাবে মৃতদেহটো মুকলি কৰি দিছিল আৰু কমেও ২০জন লোক সংক্ৰমিত হৈ পৰিছিল।

Tags: COVID-19

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd