• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 1:25 pm
246
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ অন্তৰ্গত ওদালগুৰি জিলাত কুঁৱাত পৰি মৃত্যু হয় এটা হাতী পোৱালিৰ।

সূত্ৰ অনুসৰি হাতী পোৱালিটোৱে জাকটোৰ সৈতে খাদ্যৰ সন্ধানত জংঘলৰ পৰা আঁতৰি গৈছিল। উভতি আহোঁতে পোৱালিটোৱে এটা কুঁৱা দেখা পাই তাৰ পৰা পানী খাবলৈ চেষ্টা কৰিলে যদিও কুঁৱাটোত পিছলি পৰে।

জিলাখনৰ বদলাপাৰা চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হয়।

স্থানীয় লোকে হাতী পোৱালিটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে বন কৰ্তৃপক্ষক অৱগত কৰে। কৰ্তৃপক্ষই বহু কষ্টৰ অন্তত মৃতদেহটো কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষময়।

উল্লেখযোগ্য যে একেটা অঞ্চলতে ২৪ ঘন্টাৰ ভিতৰত সংঘটিত হোৱা এয়া দ্বিতীয়টো এনে ঘটনা। বুধবাৰে পুৱাও আন এটা হাতী পোৱালিয়ে কুঁৱাটোত পানী খাবলৈ গৈ পিছলি পৰি মৃত্যুক আঁকোৱালি লৈছিল।

পোৱালিটোৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰি গাঁওবাসীয়ে কয় যে খাদ্য আৰু পানীৰ সন্ধানত বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে অৰণ্যৰ সেই অঞ্চলটোলৈ আহে।

Recent News

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd