• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো গোৱালপাৰাত গঠন হোৱা নাই হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে টাস্ক ফৰ্চ, অব্যাহত হাতীৰ সন্ত্ৰাস

নীলমণি শৰ্মা, দুধনৈ by নীলমণি শৰ্মা, দুধনৈ
September 17, 2022 4:23 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো গোৱালপাৰাত গঠন হোৱা নাই হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে টাস্ক ফৰ্চ, অব্যাহত হাতীৰ সন্ত্ৰাস
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে টাস্ক ফৰ্চ গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে যদিও আজিলৈকে এই টাস্ক ফৰ্চ গঠন নহ’ল আৰু প্ৰতিটো দিনেই হাতীৰে সংঘাত বৃদ্ধি পাবলৈ ধৰিছে জিলাখনৰ বিভিন্ন এলেকাত ৷

বিগত কেইবাদিন ধৰি দুটাকৈ বন্যহস্তীয়ে দুমনিপাৰা গাঁৱখনত নিতৌ উপদ্ৰৱ চলাই আছে ৷ যোৱা নিশাও বনাঞ্চলৰ পৰা ওলাই অহা হাতী দুটাই উপদ্ৰৱ চলালে দুমনিপাৰা গাঁৱত ৷ হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ ৷ ধান-চাউল খাই তহিলং কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে কল আৰু তামোল গছৰ বাগানো ৷

কেৱল সেয়াই নহয়, গৃহস্থই যোগাৰ কৰি থোঁৱা বিশ্বকৰ্মাৰ পূজা সামগ্ৰী সমূহো কৰিলে ক্ষতিগ্ৰস্ত ৷এই পৰিয়াল কেইটাৰ আজি ভগৱানক এখন শৰাই আগবঢ়াবলৈও নাই ঠাই ৷

ইফালে একেখন গাঁৱৰে আন এটা পৰিয়ালৰ এতিয়ালৈকে চাৰিবাৰকৈ ভাঙিলে ঘৰ ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ এটা পৰিয়ালৰে ঘৰ ভঙাৰ পিছতো পৰিয়ালটোয়ে লাভ নকৰিলে ক্ষতিপূৰণ ৷ 

নীলমণি শৰ্মা, দুধনৈ

নীলমণি শৰ্মা, দুধনৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

August 22, 2025 4:24 pm
যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd