• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাদ্ৰাছা-বাংলা বিদ্যালয়ত ‘চলাওক অসমীয়া’, ভাষা ৰক্ষাৰ যুঁজত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মাদ্ৰাছা আৰু বাংলা বিদ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে নৱগঠিত সংগঠনটোৱে

উত্তম শইকীয়া by উত্তম শইকীয়া
October 26, 2018 4: 59 pm
employ-assamese-in-madrassa-bengali-schools-of-brahmaputra-valley-pleads-janagosthiya-oikyamancha

বোকাখাতত সংবাদমেলত ঐক্যমঞ্চৰ বিষয়ববীয়া। ছবি- নৰ্থ ইষ্ট নাও।

5
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মাদ্ৰাছা আৰু বাংলা বিদ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসম নামৰ নৱ গঠিত সংগঠনটোৱে।

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসম প্ৰতিবাদত উত্তাল হৈ থকাৰ পৰতে বোকাখাতৰ নাট্য মন্দিৰত এক সংবাদমেলযোগে শুকুৰবাৰে এই আহ্বান জনাইছে ঐক্যমঞ্চই।

অসমৰ পাহাৰ ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে এক সাংস্কৃতিক আন্দোলন গঢ়ি তোলাৰ বাবে সংগঠনটোৱে কাম কৰি যাব বুলি ঘোষণা কৰা হৈছে।

“অসমৰ সকলো লোকৰ কৃষ্টি-সংস্কৃতি, লিপি, ভাষা-সাহিত্য, ঐতিহ্য, পৰম্পৰা, ৰীতি-নীতি, সাজ-পোচাক, আ-অলংকাৰ, উৎসৱ, সামাজিক বিধি-বিধান, বিবাহ, মাংগলিক কাৰ্য্যক প্রণালীবদ্ধ বিস্তৃত চৰ্চাৰ লগতে সংৰক্ষণৰ দিহা কৰাৰ বাবেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ জন্ম হৈছে,” সংবাদমেলত জনালে মঞ্চৰ সভাপতি প্ৰহ্লাদ মিলিয়ে৷

ঐক্যমঞ্চই “সমন্বয়ৰ বঁটা” শীৰ্ষক বাৰ্ষিক এক সন্মান প্ৰদানৰ কথাও ঘোষণা কৰিছে। ছবি নিৰ্মাতা মাণিক বৰাক এই বৰ্ষৰ বাবে বঁটাটো প্ৰদান কৰা হ’ব বুলিও সংবাদমেলত মঞ্চই ঘোষণা কৰে।

ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত অহা ৫ নৱেম্বৰত বোকাখাতত মঞ্চই আয়োজন কৰা এক দিনজোৰা কাৰ্য্যসূচীত বৰাক এই বঁটা প্ৰদান কৰা হ’ব।

“ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত এই অনুষ্ঠানটো হ’ব শাৰদীয় গীত, নৃত্য আৰু কবিতাৰ অনুষ্ঠান,” জনালে মঞ্চৰ সভাপতিয়ে।

সংবাদ মেলত মঞ্চৰ ৰাজ্যিক সভাপতি প্ৰহ্লাদ মিলি, কাৰ্য্যকৰী সভাপতি দ্বীপ্ত সেউজ গগৈ, গোলাঘাট জিলা সমিতিৰ সভাপতি বিজয় শৰ্মাৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত আছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1: 32 pm
ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11: 28 am
উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

August 13, 2025 11: 25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1: 32 pm
ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd