• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

আৱাসগৃহ ত্যাগ কৰিব নালাগে বুলি ৰাজ্য চৰকাৰে দিয়া আশ্বাসো অসাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2020 10:01 am
Nagaon-Paper-Mill-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

946
VIEWS
Share on FacebookShare on Twitter

অসমৰ নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ খালী কৰিবলৈ নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়াই দিয়া নিৰ্দেশটোত সাময়িকভাৱে স্থগনাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

কল দুটাৰ কৰ্মচাৰীসকলে আদালতখনত এই নিৰ্দেশটোৰ বিৰুদ্ধে এখন আৱেদন দাখিল কৰিছিল আৰু তাৰ শুনানি লৈ ২৮ জানুৱাৰিত সংশ্লিষ্ট বিচাৰপীঠে এই স্থগনাদেশ জাৰি কৰিছে।

বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ প্ৰমাণ কৰি কল দুটাৰ নিলাম নিশ্চিত হোৱাৰ পিছত কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ ৩১ জানুৱাৰিৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

ৰাজ্য চৰকাৰে তেওঁলোকে আৱাসগৃহ ত্যাগ কৰিব নালাগে বুলি আশ্বাস দিয়ে যদিও এই নিৰ্দেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখন আইনৰ কাষ নাচাপিল।

অহা ২৫ ফেব্ৰুৱাৰিত গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব আৰু সেই পৰ্য্যন্ত কৰ্মচাৰীসকলক ঘৰ খালী কৰিবলৈ বাধ্য কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে।

আনহাতে কৰ্মচাৰীসকলক প্ৰাপ্য ধন আদায় নিদিয়াতো বিস্ময় প্ৰকাশ কৰে বিচাৰপীঠখনে।

জানিব পৰামতে, ২৫ ফেব্ৰুৱাৰিৰ শুনানিত ভৱিষ্যনিধি আয়োগৰ প্ৰতিনিধিকো উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে আদালতে।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd