• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত ২৭ নবেম্বৰৰ পৰা তিনি দিনীয়াকৈ সম্পন্ন কৰা হ’ব দল হৰিণৰ পিয়ল

উত্তম শইকীয়া by উত্তম শইকীয়া
November 19, 2018 2:45 pm
barasingha-or-swamp-deer-rucervus-duvaucelii-syn-cervus-duvaucelii-mixed-herd-2
438
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত মাহৰ ২৮ আৰু ২৯ নবেম্বৰত দল হৰিণৰ পিয়ল সম্পন্ন কৰা হ’ব ৷ বিশ্বৰ অতি বিৰল প্ৰজাতি বুলি চিহ্নিত এই দল হৰিণৰ প্ৰজাতিটোক পূৰ্বাঞ্চলীয় দল হৰিণ বুলি জনা যায় আৰু বিশ্বৰ ভিতৰত অকল কাজিৰঙাতহে এই হৰিণ দেখিবলৈ পোৱা যায়৷ চলিত বৰ্ষৰ ২৭ নবেম্বৰৰ দিনা পিয়লকাৰীসকলৰ প্ৰশিক্ষণৰ পাচত ২৮ নবেম্বৰত দল হৰিণ থকা কাজিৰঙাৰ ২৪ টা কম্পাৰ্টমেন্টত একে লগে দল হৰিণৰ পিয়লকৰা হব৷

২৮ নৱেম্বৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা কম্পাৰ্টমেন্টত হোৱা পিয়লত সংগৃহীত সমগ্ৰ তথ্য ২৯ নবেম্বৰত বিশ্লেষণ কৰি কাজিৰঙাৰ পূৰ্বঞ্চলীয় দল হৰিণৰ সমীক্ষা প্ৰকাশ কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে৷

উল্লেখ্য যে ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ যোৱা অন্তিম পিয়লত মুঠ ১১৪৮ টা দল হৰিণ পেৱা গৈছিল৷ ইয়াৰে ২৮৪ টা মতা,  ৬০৪ জনী মাইকী, ১৭৬ টা পোৱালী আৰু ৮৪ টা এবছৰৰ তলৰ পোৱালী দল হৰিণ পোৱা গৈছিল৷ ইয়াৰ আগতে ২০১২ চনত কাজিৰঙাত মুঠ ১১২৯ টা দল হৰিণ পোৱা গৈছিল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭ দল হৰিণৰ পিয়ল নোহোৱাৰ উপৰিও বানপানীয়ে ৰাষ্ট্ৰীয় উদ্যানকৈ প্লাৱিত কৰিছিল ৷ যাৰ বাবে এই বাৰৰ দল হৰিণৰ পিয়ল অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ মন কৰিব লগীয়া যে অতি বিৰল এই দল হৰিণৰ প্ৰজাতিটো সুৰক্ষা প্ৰদান আৰু ৰাজ্যত ইয়াৰ জনসংখ্যা বিতৰণৰ নতুন আৱাস সৃষ্টিৰ বাবে শেষতীয়াকৈ কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈও  ১৯টা দল হৰিণ নিয়া হৈছে৷

Recent News

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd