• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খহনীয়াত জাহ যাওঁ যাওঁ এখন বিদ্যালয় : অন্ধকাৰৰ দিশে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
July 2, 2019 11:24 am
VideoCapture_20190702-004644

ফটো : নৰ্থইষ্ট নাও

443
VIEWS
Share on FacebookShare on Twitter

ঘোৰ অনিশ্চয়তাই ঘেৰি ধৰিছে চামগুৰিৰ একাংশ নৈ পৰীয়া ছাত্ৰ-ছাত্ৰীৰ সোণোৱালী ভৱিষ্যত। পূৰ্বে বহুবাৰ সংবাদ মাধ্যমে সবিস্তাৰে বাতৰি পৰিবেশন কৰি আহিছে চামগুৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্যোগ-দুৰ্দশাৰ মাজত দিন অতিবাহিত কৰি অহা বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ বহু সংখ্যক বান গৰাখহনীয়াত সর্বস্বান্ত হোৱা গৃহহীন-ভূমিহীন পৰিয়ালৰ ব্যথাৰ জীৱন্ত কাহিনী।

বৰ্তমানেও ব্যাপক ৰূপত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া অব্যাহত থকা ৪নং ভগামুখ ক্ৰমশঃ লাওঁখোৱাৰে এটা অভিশপ্ত অঞ্চললৈ পৰ্যবসিত হৈ পৰিছে। বিগত কেইবা বছৰ ধৰি চলি থকা গৰাখহনীয়াৰ ফলত শতাধিক দৰিদ্ৰ কৃষক পৰিয়াল ভাৰে-ভেঁটিয়ে নিৰাপদ স্থানলৈ উঠি যাবলৈ বাধ্য হৈছে ।

গাওঁ খনৰ কণ-কণ শিশুহঁতৰ মাজত শিক্ষাৰ বীজ অংকুৰিত কৰাৰ অন্যতম থল স্বৰূপ একমাত্ৰ প্ৰাৰ্থমিক বিদ্যালয়খনো এতিয়া নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে। কাৰণ ৪নং ভগামুখ স্থিত বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয় খনৰ প্ৰায় ২০ নল আঁতৰতেই চলিছে এতিয়া মহাবাহুৰ ব্যাপক ধ্বংস লীলা।

ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে পূৰ্বেও কেইবাবাৰো বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয় খনৰ স্থান সলনি কৰিব লগা হৈছিল যদিও এই বছৰো ৪নং ভগামুখত আৰম্ভ হোৱা কালৰূপী গৰাখহনীয়াৰ বাবে বিদ্যালয় খনলৈ নামি অহা চৰম ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি নৈ পৰীয়া ৰাইজে বিদ্যালয়খন পুনৰ ভাঙি নিৰাপদ স্থানলৈ নিয়াৰ দিহা কৰিছে।

VideoCapture_20190702-004231
ফটো : নৰ্থইষ্ট নাও

বিদ্যালয়খনৰ পকী গৃহটোৰ যাবতীয় সকলো সা-সঁজুলি, আচবাব ভাঙি-ছিঙি লৈ পৰৱৰ্তী সময়ত আকৌ কোন ঠাইত স্থাপন কৰিব তাকলৈও বিমোৰত পৰিছে শিক্ষক-অভিভাৱকৰ লগতে স্থানীয় ৰাইজ।

ইপিনে সমীপতে কেশৱ মহন্তৰ দৰে এগৰাকী সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ গৃহ সমষ্টি হৈয়ো তথা এসময়ৰ প্ৰতাপী ৰকিবুল হুছেইনৰ দৰে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ গৃহ সমষ্টিৰ  এটা অঞ্চলৰ ৰাইজৰ ওপৰত চলি অহা এনে দুৰ্যোগৰ বিষয়ে সকলো জানিও দুয়ো গৰাকী জনপ্ৰতিনিধিয়ে চকু মুদা কুলিৰ ভাও জুৰাক কেন্দ্ৰ কৰি এতিয়া চূড়ান্তভাৱে অসন্তুষ্ট হৈ পৰিছে নৈ পৰীয়া সৰ্বস্বান্ত ৰাইজ।

উল্লেখ্য যে, গ্ৰীষ্মকালীন বন্ধ খোলাৰ পাছত নিজৰ হেঁপাহৰ বিদ্যালয়খন পূৰ্বৰ স্থানত চিৰদিনৰ বাবে দেখা নাপাই বিদ্যালয় খনত অধ্যয়নৰত প্ৰায় অৰ্ধশতাধিক কণমানি অবোধ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ে যে এবাৰ হ’লেও উচুপি নুঠিব তাক নিশ্চয় কোনো কাৰণতে নুই কৰিব নোৱাৰি।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd