• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদত ভৱনত কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ দাবী কৃষক নেতা ৰাকেশ টিকাইতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 8:26 am
index.jpg
137
VIEWS
Share on FacebookShare on Twitter

কৃষক নেতা ৰাকেশ টিকাইতে কেন্দ্ৰীয় চৰকাৰক ভাৰতৰ সংসদ ভৱনৰ চৌহদত এটা কৃষি গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনাইছে।

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাগৰাকীৰ মতে এই কৃষি গৱেষণা কেন্দ্ৰই দেশৰ উৎপাদিত শস্য তথা ফচলৰ দৰ নিৰ্ধাৰণ কৰিব পাৰিব।

“চৰকাৰে ভাৱে যে স্বামীনাথনৰ প্ৰতিবেদনে নিৰ্ধাৰণ কৰি দিয়া শস্যৰ ন্যূনতম সমৰ্থন মূল্য অত্যধিক হৈছে। তেনে চৰকাৰে সংসদৰ চৌহদ কিয় কৃষি গৱেষণা কেন্দ্ৰ স্থাপন নকৰে? তাত কৃষি কৰ্ম কিয় নকৰে আৰু শস্য চপোৱাৰ পিছত লাভ আৰু ক্ষতি অনুসৰি কিয় তেওঁলোকে দৰ নিৰ্ধাৰণ নকৰে” বুলি প্ৰশ্ন কৰি টিকাইতে চৰকাৰক কটাক্ষও কৰে।

লগতে পঢ়ক : চৰকাৰে তিনি কৃষি আইন বাতিল নকৰিলে কৃষকে সংসদ ভৱন ঘেৰাও কৰিব ; ৰাকেশ টিকাইত

টিকাইতে লগতে কয় যে এতিয়াৰে পৰা ৰাজনৈতিক দলসমূহে সকলো নিৰ্বাচনতে কৃষকৰ কল্যাণৰ বাবে সকলো ধৰণৰ আঁচনি অন্তভুৰ্ক্ত আৰু কৃষকৰ সকলো সমস্য সমাধান কৰিব লাগিব।

ইফালে কেন্দ্ৰই বিতৰ্কিত তিনি কৃষি আইন বাতিল নকৰিলে অতি শীঘ্ৰেই ৪০ লাখ ট্ৰেক্টৰেৰে সংসদ ভৱন ঘেৰাও কৰা হ’ব বুলি পুনৰ সদৰী কৰে কৃষক নেতাগৰাকীয়ে।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd