DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘চৰকাৰে তিনি কৃষি আইন বাতিল নকৰিলে কৃষকে সংসদ ভৱন ঘেৰাও কৰিব’; ৰাকেশ টিকাইত

দেশৰ বৃহৎ বৃহৎ কোম্পানীসমূহৰ গোদামবোৰ ভাঙি দিয়াৰো হুংকাৰ টিকাইতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2021 12:09 pm
index.jpg
152
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনি কৃষি আইন বাতিল নকৰিলে কৃষকে সংসদ ভৱন ঘেৰাও কৰিব। এই কথা প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকাইতে।

কৃষক নেতাগৰাকীয়ে এই ‘দিল্লী মাৰ্চ’ৰ বাবে কৃষকসকলক সাজু হৈ থাকিবলৈও আহ্বান জনাইছে।

মংগলবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা ৰাজস্থানত আয়োজিত কিষাণ মহাপঞ্চায়ত কৃষকক সম্বোধি কৃষক নেতা ৰাকেশ টিকাইতে কয়, “এতিয়া সংসদ ভৱন ঘেৰাও কৰাৰ সময় আহিছে। আমি সোনকালে ‘দিল্লী মাৰ্চ’ ঘোষণা কৰিম। এইবাৰ পূৰ্বৰ ৪ লাখ ট্ৰেক্টৰৰ পৰিৱৰ্তে ৪০ লাখ ট্ৰেক্টৰ থাকিব।”

কৃষকক সম্বোধি দিয়া ভাষণত টিকাইতে আৰু কয় যে ইণ্ডিয়া গেটৰ ওচৰৰ উদ্যানবোৰৰ মাটি চহাই এইবাৰ কৃষকে খেতিও কৰিব।

যোৱা ২৫ জানুৱাৰিৰ দেশৰ কৃষকসকলক বদমানী কৰাৰ বাবে দুষ্টচক্ৰই ষড়যন্ত্ৰ কৰি ৰাজধানীত হিংত্মাক কাৰ্য সংঘটিত কৰিছিল বুলিও দাবী কৰে টিকাইতে।

“দেশৰ কৃষকসকলে ত্ৰিৰংগা ভাল পায়, কিন্তু দেশৰ নেতাসকলে নেপায়।” টিকাইতে কয়।

আনহাতে সংযুক্ত কিষাণ মৰ্চাৰ নেতাসকলে আলোচনা কৰি দিল্লী মাৰ্চৰ দিন সোনকালে ঘোষণা কৰিব বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।

ইয়াৰ লগতে টিকাইতে মুকলিভাৱে চৰকাৰক প্ৰত্যাহ্বান জনায় কয় যে যদি চৰকাৰে তিনি বিতৰ্কিত কৃষি আইন বাতিল নকৰে, এমএছপি নিৰ্ধাৰণ নকৰে তেনে দেশৰ কৃষকসকলে ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ গোদাম ঘৰ ভাঙি পেলাব।

মংগলবাৰে ৰাজস্থানত আয়োজিত কিষাণ মহাপঞ্চায়তত স্বৰাজ ভাৰতৰ নেতা যোগেন্দ্ৰ যাদৱ, সৰ্বভাৰতীয় কিষাণ সভাৰ ৰাষ্ট্ৰীয় উপ সভাপতি অমৰ ৰাম, কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চৌধুৰী যুধবীৰ সিংসহ অন্যান্য বহু কৃষক নেতা উপস্থিত থাকে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd