• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 11:20 am
50
VIEWS
Share on FacebookShare on Twitter

ইউৰোপীয় কমিছনে ট্ৰাম্পৰ ৩০ শতাংশ শুল্ক কাৰ্যকৰী হ’লে ইয়াৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। শনিবাৰে ইউৰোপীয় কমিছনৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই হুংকাৰ প্ৰদান কৰে।

অহা ১ আগষ্টৰ পৰা যদি আমেৰিকাই ইউৰোপীয় সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক কাৰ্যকৰী কৰে তেন্তে ইউৰোপীয় ইউনিয়নে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু বুলিও কয় লেয়েনে।

কেইবা সপ্তাহ ধৰি চলি থকা আলোচনাই এক বিস্তৃত বাণিজ্যিক চুক্তিত উপনীত হ’ব নোৱাৰাৰ পাছত শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ মেক্সিকো আৰু ইউৰোপীয় ইউনিয়নৰ পৰা আমদানিৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিব।

অহা ১ আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব বুলি সামাজিক মাধ্যমত এটা পোষ্ট যোগে সদৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইয়াৰ পূৰ্বে চলিত সপ্তাহৰ আৰম্ভণিতে ট্ৰাম্পে জাপান, দক্ষিণ কোৰিয়া, কানাডা, ব্ৰাজিলকে ধৰি কেইবাখনো দেশৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছিল।

ইউৰোপীয় ইউনিয়নৰ কাৰ্যবাহী শাখাৰ মুৰব্বী ভন ডেৰ লেয়েনে এক বিবৃতিত কয় যে ইউৰোপীয় ইউনিয়নে ১ আগষ্টৰ ভিতৰত চুক্তিৰ দিশত কাম কৰি যাবলৈ সাজু হৈছে। ইউৰোপীয় ইউনিয়নৰ মুকলি আৰু ন্যায্য বাণিজ্যিক পদ্ধতিৰ সৈতে মিল থকা বিশ্বৰ কম অৰ্থনীতিহে কমেই আছে।

আমেৰিকাক হুকাৰ দি তেওঁ কয় যে, “প্ৰয়োজন হ’লে সমানুপাতিক ব্যৱস্থা গ্ৰহণকে ধৰি ইউৰোপীয় ইউনিয়নৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম।”

Recent News

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd