• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাইৰেল হোৱাৰ নিত্য-নতুন কৌশল! জীৱন্ত ফেঁটী মুখৰ ভিতৰত লোৱাৰ ফলত মৃত্যু যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 11:32 am
4.9k
VIEWS
Share on FacebookShare on Twitter

ভাইৰেল হোৱাৰ সপোন আৰু বাস্তৱ নহ’ব।ইতিমধ্যে ইনষ্টাগ্ৰামত ৰিল বনাই ভাইৰেল হ’ব বিচৰা এজন যুৱকৰ মৃত্যু হৈছে৷ সেয়াও বিষাক্ত কোব্ৰাৰ কামোৰত। এই ঘটনা সংঘটিত হৈছে তেলেংগানাত। ২০ বছৰীয়া যুৱকজনে এটা ভিডিঅ’ বনাই আছিল, এনেকুৱা কাম কৰিছিল যি শুনিলে আপুনি শিহৰিত হৈ পৰিছিল। কোব্ৰা এটাক মুখত ধৰি ওলমাই ৰাখিছিল। কাষতে থিয় হৈ আছে আন এজন যুৱক। তাৰ লগতে আন এজন যুৱকে মোবাইল ফোনত এই ঘটনাৰ ভিডিঅ’ কৰি আছে।

ভাইৰেল হোৱাৰ নিচা আৰু কিছু লাইক শ্বেয়াৰৰ বাবেই যুৱকজনে প্ৰাণ হেৰুৱালে। তেলেংগানাৰ কামাৰেড্ডী জিলাৰ দেশাইপেট গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনৰ নাম শিৱ। ইতিমধ্যে ছচিয়েল মিডিয়াত বিয়পি পৰিছে যুৱকজনৰ মুখত কোব্ৰাৰ মুখ লৈ থিয় হৈ থকা ভিডিঅ’।

সূত্ৰ অনুসৰি শিৱ গাঁৱৰ এটা কৃষক পৰিয়ালৰ পুত্ৰ। ৬ ফুট দীঘল এটা কোব্ৰা তেওঁলোকৰ গাঁৱত প্ৰৱেশ কৰিলে। কোব্ৰাটো দেখি শিৱ আৰু তেওঁৰ বন্ধুসকলে ধৰিলে। ইয়াৰ পাছত তেওঁলোকে সেই কোব্ৰাটোৰে এটা ৰিল বনোৱাৰ কথা ভাবিলে। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে কোব্ৰাৰ মুখখন নিজৰ মুখৰ ভিতৰতে ভৰাই থোৱা আছে। আনকি মুখত কোব্ৰা এটা লৈ হাতেৰে চুলিখিনি ঠিক কৰি আছে। কেতিয়াবা হাত ভাঁজ কৰিও প্ৰণাম কৰি আছে। এনে পৰিস্থিতিত কোব্ৰায়ে তেওঁৰ মুখত কামুৰিলে। লগে লগে সি অজ্ঞান হৈ পৰিল। ইয়াৰ পাছতে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক য’ত মৃত ঘোষণা কৰে।

Recent News

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd