• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলসাঁকোৰ পাছত নিউ গুৱাহাটী ৰেলৱে কলনিত বুলডজাৰৰ হাতোৰা; জাননী নিদিয়াকৈ উচ্ছেদৰ অভিযোগ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 12, 2022 4:16 pm
154
VIEWS
Share on FacebookShare on Twitter

শিলসাঁকোৰ পাছত নিউ গুৱাহাটী ৰেলৱে কলনি!

শনিবাৰে নিউ গুৱাহাটী,ৰে’লৱে কলনিত ৰে’লৱে বিভাগৰ উচ্ছেদ অভিযান।

দীর্ঘদিনে ৰে’লৱেৰ মাটিত ঘৰ বনাই ব্যৱসায় চলাই থকা লোকক উচ্ছেদ।

কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ স্থানীয় লোকৰ।

উচ্ছেদ চলোৱা বুলডেজাৰৰ সন্মুখত বাগৰি বাগৰি কান্দি প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত জনতাৰ মন্তব্য “উচ্ছেদ চলোৱাৰ পূৰ্বে আমাক মাৰি পেলাওঁক”।

উল্লেখযোগ্য যে, প্ৰায় ২০/২৫ ধৰি এই স্থানত ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ লগতে ঘৰ বনাই বাস কৰি আছিল লোক সকলে।

কিন্তু কিয় হঠাৎ উচ্ছেদ চলোৱা হ’ল বামুণী মৈদামৰ ভাস্কৰ নগৰৰ ৰেলৱে কলনিত?

উচ্ছেদিতৰ কান্দোনৰ মাজতে এফালৰ পৰা ৰেলৱে কতৃপক্ষই চলাই গ’ল উচ্ছেদ অভিযান।

উচ্ছেদ কৰিবলৈ বাকী থকা গৃহসমূহ দুদিনৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ ৰেলৱেৰ। অন্যথা পুনৰ উচ্ছেদ চলাব বাকী থকা গৃহ সমূহত।

Recent News

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd