• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীন অসমৰ স্বপ্ন শেষ! আছুক বিদায় জনাই সশস্ত্ৰ বিপ্লৱলৈ যোৱা পংকজৰ আত্মসমৰ্পণ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
September 2, 2019 12:07 am
Ulfa_Pankaj-300x211

আলফাৰ শিবিৰত থকা অৱস্থাত পংকজ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰ পূৰ্বে আছুৰ বিষয়বাব এৰি স্বাধীন অসমৰ স্বপ্নৰে আলফা (স্বা:)-অত যোগদান কৰি চাঞ্চল্যৰ সৃষ্টি কৰা গোলাঘাটৰ পংকজ প্ৰতিম দত্তসশস্ত্ৰ বিপ্লৱৰ পথৰ পৰা ওভতি আহিছে।

এবছৰ পূৰ্বে স্বাধীন অসমক লৈ অত্যুৎসাহ প্ৰদৰ্শন কৰা যুৱকজনে ৩০ আগষ্টত নাগালেণ্ডৰ মন জিলাত নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

এই খবৰ নিশ্চিত কৰিছে অসম আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক (বিশেষ শাখা) হীৰেন নাথে।

“দত্ত আমাৰ সৈতে যোৱা কেইদিনমান ধৰি যোগাযোগত আছিল। তেওঁৰ লগত আন দুজন সদস্যয়ো আত্মসমৰ্পণ কৰিছে”, আৰক্ষী বিষয়াজনে নৰ্থ-ইষ্ট নাওক কয়।

যোগদানৰ বাতৰিটো পঢ়ক আলফাত যোগদান ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ; স্বীকাৰোক্তিৰ ভিডিঅ’ই তুলিছে ছ’চিয়েল মিডিয়াত আলোড়ন

প্ৰায় এবছৰ পূৰ্বে পংকজ প্ৰতিম দত্ত আলফা (স্বা:)ত যোগদান কৰা খবৰটোৱে ৰাজ্যত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গোলাঘাট জিলাৰ দেৰগাওঁ অঞ্চলৰ এজন তৰুণ যুৱক দত্তই দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ পদ এৰি সশস্ত্ৰ সংগ্ৰামলৈ গৈছিল।

আলফা (স্বা:)ত যোগদান কৰিয়ে তেওঁ আলফা (স্বা:)ৰ শিবিৰৰ পৰা এটা ৯০ ছেকেণ্ডৰ ভিডিঅ’ প্ৰেৰণ কৰিছিল, য’ত স্বাধীন অসমৰ হকে যুঁজ দিয়াৰ প্ৰয়োজনৰ কথা আৱেগ-উত্তেজনাৰ সৈতে প্ৰকাশ কৰিছিল। হঠাতে আলফা (স্বা:)ত যোগদান কৰা বাবে উক্ত ভিডিঅ’টোতে আছু নেতৃত্বৰ ওচৰত ক্ষমাও বিচাৰিছিল যুৱকজনে।

অৱশেষত বছৰটো ঘুৰোতেই মোহভংগ ঘটি পংকজ প্ৰতিম দত্তই আত্মসমৰ্পণ কৰে।

অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ পৰা যুৱককেইজনক নিজৰ জিম্মালৈ আনিবলৈ সকলো প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি বিষয়া হীৰেন নাথে জানিবলৈ দিয়ে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm
উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

August 25, 2025 3:42 pm
ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm
উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

August 25, 2025 3:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd