• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আল্লিয়াত ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2019 6:42 pm
Tarun Gogoi

আল্লিয়াত নিৰ্বাচনী সভাত তৰুণ গগৈ।

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি নলবাৰী জিলাৰ আল্লিয়াত মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

দুপৰীয়া ১২.৩০ বজাত আল্লিয়া হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বাবে হেলিকপ্তাৰেৰে উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী। সভাত তৰুণ গগৈৰ লগত উপস্থিত থাকে প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ লগতে মণ্ডল কংগ্ৰেছৰ ভালেকেইগৰাকী নেতা-কৰ্মী।

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তৰুণ গগৈয়ে বিজেপি আৰু নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে। মোদীয়ে প্ৰধান মন্ত্ৰী হৈ অসম আৰু দেশৰ জনসাধাৰণক পাঁচ বছৰে মিছা কথা কলে বুলি কটাক্ষ কৰাৰ লগতে কিমানজন নিবনুৱাক তেওঁ সংস্থাপন দিলে আৰু ক’লা ধন ঘুৰাই আনিলেনে বুলিও গগৈ প্ৰশ্ন কৰে।

আল্লিয়াত কংগ্ৰেছ সমৰ্থকৰ মাজত তৰুণ গগৈ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে বাংলাদেশী খেদিব নোৱাৰি এতিয়া নতুনকৈ আনিবহে চেষ্টা কৰিছে বুলি মন্তব্য কৰে।

কংগ্ৰেছ দলে ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰসংগত গগৈয়ে ৰাহুল গান্ধীয়ে কথা দিলে কথা ৰাখিব জানে সেই বাবে তেওঁ প্রধান মন্ত্ৰী হোৱাৰ যোগ্য বুলি কয়। তদুপৰি স্বাধীনতাৰ পৰা ভাৰত আৰু অসমৰ নিৰ্মাণত কংগ্ৰেছ দলৰ যিমান অৱদান আছে তাৰ তুলনাত বিজেপিৰ অবদান একো নাই বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে  মন্তব্য কৰে।

সভাত ভাষণ প্ৰদাণ কৰি প্ৰবীণ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনে মঙলদৈ সমষ্টিৰ ৰাইজে এইবাৰ ভুৱনেশ্বৰ কলিতাক ভোট দি জয় যুক্ত কৰাব বুলি কয়। সভাত প্ৰায় পাঁচ সহস্ৰাধিক কংগ্ৰেছৰ দলীয় নেতা-কৰ্মী উপস্থিত থাকে। জেষ্ঠ কংগ্ৰেছ নেতাসকলক ওচৰৰ পৰা পাই উৎফুল্লিত হৈ পৰে কংগ্ৰেছৰ সমৰ্থকসকল।

Tags: নিৰ্বাচন ২০১৯

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd