১ আগষ্টত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা 

kkoo

প্ৰতিনিধিত্বমূলক ছবি

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক অহা ১ আগষ্টত অনুষ্ঠিত হ’ব ৷

বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত চিলাৰায় ভৱনত পুৱা ১১ বজাত  অনুষ্ঠিত হ’ব উক্ত কাৰ্যনিৰ্বাহক সভা।

ৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য আৰু জিলা সমিতিৰ সভাপতি – সম্পাদকক উপস্থিত থাকিবলৈ সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক দুলাল চন্দ্ৰ ৰায়ে আহ্বান জনাইছে ৷

বৰ্ধিত কাৰ্যনিৰ্বাহকত জনগোষ্ঠীটোৰ বিভিন্ন দাবীকলৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।