• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ফিল্মফেয়াৰ অনুষ্ঠিত হোৱাৰ সময়তে অস্তিত্বৰ সংকটত চাপানালাৰ ঐতিহাসিক পৰ্যটনস্থলী

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
February 15, 2020 11:27 am
ৰাজ্যত ফিল্মফেয়াৰ অনুষ্ঠিত হোৱাৰ সময়তে অস্তিত্বৰ সংকটত চাপানালাৰ ঐতিহাসিক পৰ্যটনস্থলী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত ফিল্মফেয়াৰ পাতি চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ সময়তে অৱহেলিত হৈ আছে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা অসমৰ বহুবোৰ ঐতিহাসিক পৰ্যটনস্থলী।

ইয়াৰ ভিতৰত আন এক অন্যতম পৰ্যটনস্থলী চাপানালাৰ চম্পাৱতী জলপ্ৰপাত এতিয়া চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে লাহে-লাহে যেন ম্লান হ’বলৈ ধৰিছে ইয়াৰ যাউতিযুগীয়া গৰিমা।

নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ চাপানালাৰ সমীপৰ লেমলেমী পাহাৰত অৱস্থিত অতি মনোৰম প্ৰাকৃতিক পৰিবেশত থকা এই জলপ্ৰপাতটো চাবলৈ বছৰৰ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ লৈকে হাজাৰ হাজাৰ লোকৰ সমাগম হয়।

বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক দিশত প্ৰভাৱ পেলোৱা গ্ৰাম্য পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ এই পৰ্যটনস্থলী উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই ৰাজ্যৰ পৰ্যটন বিভাগে।

স্থানীয় ৰাইজে বাৰে বাৰে চৰকাৰক এই বিষয়ে অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰ তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

যিটো সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰ্যটন বিভাগে পৰ্যটকক আকৰ্ষিত কৰিবলৈ পৰ্যটনস্থলী সমূহ অধিক আকৰ্ষণীয় কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে তাৰ বিপৰীতে অসম চৰকাৰৰ পৰ্যটন বিভাগে কেৱল মাত্ৰ ব্যয়বহুল ফিল্মফেয়াৰৰ দৰে অনুষ্ঠানতে সীমাবদ্ধ হৈ থকা বুলি বিভিন্নজনে সমালোচনা কৰিছে।

উল্লেখ্য যে, চাপানালাৰ চম্পাৱতী জলপ্ৰপাত দৰ্শন কৰিবলৈ বনভোজ থলিৰ পৰা অতি দুৰ্গম পথৰে পৰ্যটক সকলে প্ৰায় ৩ কিলোমিটাৰ পদ পথৰে গ’লেহে এই মনোৰম জলপ্ৰপাতটো দৰ্শন কৰিবলৈ পায় যদিও প্ৰতিবছৰে এই স্থানলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে।

এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগে জলপ্ৰপাতটোৰ উন্নয়নৰ দিশত গুৰুত্ব প্ৰদান কৰিলে প্ৰচুৰ ৰাজহ সংগ্ৰহৰ সুবিধা লাভ কৰিব।

আনহাতে মনোৰম চম্পাৱতী জলপ্ৰপাত তথা পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপূৰ চাপানালালৈ যোৱা গড়মুৰৰ পৰা চাপানাল সংযোগী মূল পথটোৰ দুৰবস্থাইও এতিয়া দুৰ্ভোগ ভোগাইছে পৰ্যটকৰ লগতে ৰাইজক।

বহুবাৰ আবেদন-নিবেদন কৰি কোনো সুফল নোপোৱা স্থানীয় ৰাইজে এতিয়া উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচুৰ সম্ভাৱনা থকা চাপানালাক সুন্দৰ সুবিধাজনক পৰ্যটনস্থলী ৰূপে গঢ় দিয়াৰ লগতে চাপানালালৈ যোৱা মূল পথচোৱাৰো উপযুক্ত মেৰামতি কৰিবলৈ দাবী জনাইছে শাসনাধিষ্ঠ চৰকাৰখনক।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd