• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অশনি সংকেত! শেষ হৈ আহিব অক্সিজেন; ‘শ্বাসৰুদ্ধ’ হব পৃথিৱীৰ! ভয়াৱহ ভৱিষ্যতৰ কথা জনালে বিজ্ঞানীসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2023 9:57 am
1.5k
VIEWS
Share on FacebookShare on Twitter

অক্সিজেন এই পৃথিৱীৰ প্ৰাণ। আমাৰ নীলা গ্ৰহটোৰ বায়ুমণ্ডলৰ ২১ শতাংশ জুৰি ৰৈছে এই জীৱনদায়িনী গেছ। কিন্তু বিজ্ঞানীসকলে আশংকা যে চিৰদিন এনেকুৱা নাথাকিব। এনে এটা দিন আহিব যেতিয়া অক্সিজেনৰ পৰিমাণ অতি কম হ’ব। মিথেন গেছে ভৰি পৰিব পৃথিৱী!

২০২১ চনত বিখ্যাত ‘নেচাৰ’ আলোচনীখনত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। তাত এনেকুৱা সম্ভাৱনাৰ কথা কোৱা হৈছে। লগতে কোৱা হৈছে যে পৰিবেশত যেতিয়া সেই পৰিৱৰ্তন আহিব সমগ্ৰ পৰিস্থিতি দ্ৰুত সলনি হ’ব। নিশাটোৰ ভিতৰতে পৃথিৱীখন পিছলৈ উভতি যাব। আজিৰ পৰা ২৪০ কোটি বছৰৰ আগৰ পৰিৱেশ এই গ্ৰহলৈ ঘূৰি আহিব। এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হৈছে ডিঅক্সিজেনেচন।

লগতে পঢ়কঃ উত্তৰকাশীত উদ্ধাৰৰ নৱম দিনা আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে পঠোৱা হ’ল গৰম খিচুৰি

প্ৰাগ ঐতিহাসিক পৃথিৱীত কাৰ্বন ডাই অক্সাইড, মিথেন আৰু জলীয় বাষ্পৰ প্ৰধান্য আছিল। প্ৰায় সেই পৰিস্থিতিয়েই হ’ব। গৱেষকসকলে এই বিষয়ে প্ৰতিবেদন দাঙি ধৰোতে পৃথিৱীৰ বায়ুমণ্ডলৰ বিশদ আৰ্হিও প্ৰকাশ কৰিছে। দেখুৱাইছে যে সূৰ্য্যৰ উজ্জ্বলতা বৃদ্ধিৰ লগে লগে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেকৈ কমি যায়।

কিন্তু এই নীলা গ্ৰহটোত অক্সিজেন হেৰুৱাই মিথেনৰ আধিপত্যৰ ভয়ানক দিনটো আহিবলৈ কিমান দিন বাকী? এই কথাটোৱে অৱশ্যে আশ্বস্ত কৰিছে। কিয়নো ১০০ কোটি বছৰৰ পাছত এনেকুৱা হ’ব পাৰে। ফলত তাৎক্ষণিক কোনো বিপদৰ আশংকা নাই। 

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd