• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰকাশীত উদ্ধাৰৰ নৱম দিনা আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে পঠোৱা হ’ল গৰম খিচুৰি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 21, 2023 9:05 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত উদ্ধাৰ অভিযানৰ নৱম দিনা উত্তৰকাশীৰ ভাঙি পৰা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকললৈ খিচুৰি পঠিয়াব পৰা গ’ল। সেই সুৰংগটোত কমেও ৪১ জন শ্ৰমিক আবদ্ধ হৈ আছে। সোমবাৰে প্ৰায় ৬ ইঞ্চিৰ এটা পাইপলাইন স্থাপন কৰা হয়। বাতৰি অনুসৰি, সেই পাইপেৰে শ্ৰমিক সকলক খাদ্য যোগান ধৰা হৈছে।

এয়া প্ৰথম গৰম খিচুৰি তেওঁলোকক পৰিবেশন কৰা হয়। খিচুৰি ভৰাই সৰু সৰু বটলত পঠিওৱা হয়। দিনৰ পিছত দিন তেওঁলোক সেই সুৰংগটোত আবদ্ধ হৈ আছে। ভয়ানক পৰিস্থিতিত তেওঁলোক কেনেকৈ আছে সেয়া সঠিকভাৱে জনা নাযায়। কিন্তু শেষত তেওঁলোকক খিচুৰি দিয়াটো সম্ভৱ হৈছে সেয়াই আশাৰ বিষয়।

লগতে পঢ়কঃ উত্তৰকাশীৰ প্ৰতিবাদথলীৰ পৰা মোডীক প্ৰশ্ন ‘চন্দ্ৰত গৈ কি হ’ব?’ সুৰংগৰ পৰা শীঘ্ৰে উদ্ধাৰ কৰক শ্ৰমিকক

ইপিনে, তেওঁলোকক খাদ্য যোগান ধৰিবলৈ ধ্বংসাৱশেষ খান্দিবলগীয়া হৈছিল। কিন্তু এই ড্ৰিল মেচিন কঢ়িয়াই অনা ট্ৰাকখনো খাৱৈত পৰি যায়। তাৰ পিছত পাইপটো বেলেগ ধৰণে স্থাপন কৰা হয়। সেই পাইপটোৰে অৱশেষত তেওঁলোকৰ ওচৰলৈ খাদ্য যোগান ধৰাটো সম্ভৱ হৈ উঠিল।

যোৱা ১২ নৱেম্বৰৰ পৰা শ্ৰমিকসকল সুৰংগটোত আবদ্ধ হৈ আছে। প্ৰতিটো মিনিট বিপদৰ মাজেৰে পাৰ হৈ গৈছএ। ছিকায়াৰা অভিমুখে থকা সুৰংগটো ভাঙি গৈছে। সুৰংগটোৰ ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশত শ্ৰমিক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। ইফালে অংশটো বহুলাংশে গঢ় লৈ উঠিছিল। কিন্তু ইতিমধ্যে ভাঙি গৈছে। অৱশ্যে এতিয়া খাদ্য যোগান সম্ভৱ হৈছে, সেইটোৱে ডাঙৰ কথা।

উদ্ধাৰকাৰী দলৰ দায়িত্বত থকা দীপক পাটিলে পূৰ্বে কৈছে যে উদ্ধাৰকাৰী দললৈ প্ৰথমে খাদ্য যোগান কৰিব লাগিব। তেওঁলোকক ঔষধ, মোবাইল ফোন চাৰ্জাৰ আৰু খাদ্য যোগান ধৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। এই কামটো পৰ্যায়ক্ৰমে  কৰি থকা হৈছে।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে জিৰাফৰ পোৱালি

কিন্তু কেনেধৰণৰ খাদ্য আগবঢ়োৱা হ’ব? উদ্ধাৰকাৰী দলৰ মুৰব্বীয়ে কয় যে চিকিৎসকৰ লগত আলোচনা কৰা হৈছে। কেনেধৰণৰ খাদ্য পৰিবেশন কৰা হ’ব তাৰ তালিকা প্ৰস্তুত কৰা হৈছে। সদ্যহতে কল, আপেল, খিচুৰি, ডালিয়া যোগান ধৰাৰ কথা ভবা হৈছে। বহল মুখৰ বটল অনা হৈছে। সেইবোৰেৰেই খাদ্য দিয়া হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd