• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনপ্রিয়তা হেৰুৱাইছে! ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে Facebook ব্যৱহাৰকাৰীৰ সংখ্যা; কিমান পালে হ্রাস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 9:00 am
facebook-data-leak-750x375
165
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় ছচিয়েল মিডিয়া ছাইট ফেচবুকে হেৰুৱাইছে ইয়াৰ অনুৰাগী।বিগত কেইমাহ ধৰি হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা। বিগত ১৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইদৰে হ্ৰাস পাইছে ফেচবুক ইউজাৰৰ সংখ্যা।

মেটা-ৰ প্ৰতিবেদন অনুসৰি, ফেচবুকত ২০২১ৰ চতুৰ্থ কোৱাৰ্টাৰটোত ইয়াৰ প্ৰায় ৫লাখ দৈনিক ইউজাৰ হ্ৰাস পাইছে। অৱশ্যে এইটোৱে ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰা হৈছে। কিয়নো ফেচবুকৰ বৰ্তমান ইউজাৰৰ সংখ্যা হৈছে ১.৯৩বিলিয়ন।

কিন্তু ফেচবুকৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হ্ৰাস পোৱাৰ ঘটনা ঘটিছে। জন্মকালৰ পৰা ইয়াৰ ইউজাৰৰ সংখ্যা হ্ৰাস পোৱাটো দূৰৰে কথা, ক্ৰমে বৃদ্ধিহে পাই আহিছিল।

লগতে পঢ়ক: হাইস্কুলৰ ৬২৯৩ টা স্নাতক শিক্ষক পদৰ মেধা তালিকাত হোৱা গুৰুতৰ বিসংগতি দূৰ কৰকঃ ডি ৱাই এফ আই

‘দ্য ভাৰ্জ’ৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰতে ফেচবুকৰ আটাইকৈ বেছি ইউজাৰ হ্ৰাস পাইছে। ইয়াতেই ফেচবুকে বিজ্ঞাপনৰ জৰিয়তে সৰ্বাধিক উপাৰ্জন কৰে। অৱশ্যে, মেটাৰ আন এপবোৰ-হোৱাটছএপ তথা ইনষ্টাগ্ৰামৰ ইউজাৰৰ সংখ্যা স্বাভাৱিকভাৱে বৃদ্ধি পাই আছে।

জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত কেইবছৰ ধৰি ফেচবুকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ইউজাৰে ফেচবুকৰ একাউন্ট থাকিলেও টুইটাৰ, ইনষ্টাগ্ৰাম, টিকটকত অধিক সক্ৰিয় থাকে। ফেচবুকৰ গোপনীয়তাৰ কাৰণে বহুতে ইয়াৰ ব্যৱহাৰ কমাইছে।

লগতে পঢ়ক:দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

বুধবাৰে মেটা-ৰ কোৱাৰ্টাৰ ৰিপ’ৰ্টত সংস্থাটোৰ খৰচ বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছে। ইতিমধ্যে শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে আৰু একেবাৰতে মেটাৰ শ্বেয়াৰ ২২.৯শতাংশ পতন ঘটিছে।ইয়াৰ ফলত সংস্থাটোৰ মুঠ ভেল্যুৱেশ্যন প্ৰায় ২০০ বিলিয়ন ডলাৰ হ্ৰাস পায়।   

Recent News

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd