• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭ ডিচেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানাৰ সংগীতানুষ্ঠান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 10:22 pm
Parbin Sultana

পাৰবীন চুলতানা

4.9k
VIEWS
Share on FacebookShare on Twitter

অহা ৭ ডিচেম্বৰ, ২০১৯ ৰ সন্ধিয়া সংগীতানুষ্ঠান পৰিবেশনৰ বাবে নিজৰ গৃহ ৰাজ্য অসমত উপস্থিত হ’ব হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট কণ্ঠশিল্পী পাৰবীন চুলতানা।

‘দ্যা লাইব্ৰেৰী’ এক অপেছাদাৰী সামাজিক সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত হ’বলগীয়া সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰিব পদ্মভূষণ পাৰবীন চুলতানাই।

‘‘মই ইয়ালৈ আহিবলৈ সুযোগ পাই অতিকৈ উৎফুল্লিত হৈছোঁ আৰু অসমীয়া শ্ৰোতাৰ বাবে সংগীত পৰিবেশন কৰিবলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। অসম মোৰ অন্তৰাত্মা-মই মহাবাহু ব্ৰহ্মপুত্ৰৰ দেশ অসম সন্তান আৰু অসমীয়া মোৰ মাতৃভাষা। ৭ ডিচেম্বৰ সন্ধিয়ালৈ অসমীয়া শ্ৰোতা ৰাইজৰ বাবে অনুষ্ঠান পৰিবেশন কৰিবলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।’’ পাৰবীন চুলতানাই কয়।

উল্লেখযোগ্য যে, ৭০ৰ দশকতেই পাৰবীন চুলতানাই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ মাধ্যমেৰে ভাৰতীয় সংগীত জগতত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আত্মপ্ৰকাশ কৰিছিল।

১৯৭২ চনত কমল আমৰোহীৰ দ্বাৰা নিৰ্মিত হিন্দী বোলছবি পাকিজাত স্বনামধন্য সংগীতকাৰ নৌশাদৰ সৈতে একলগে কাম কৰাটো পাৰবীন চুলতানাৰ কেৰিয়াৰৰ বাবে মাইলৰ খুটি হিচাপে বিৱেচিত হৈছিল।

প্ৰখ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্মদিনতো পাৰবিন চুলতানাক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল।

Recent News

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd