• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2025 5:18 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছটা জনগোষ্ঠী —- তাই-আহোম, মৰাণ, মটক, চুতীয়া,চাহ জনগোষ্ঠী -আদিবাসী আৰু কোঁচ -ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন সংগঠিত হৈ আছে। ইয়াৰ সমৰ্থনত অসম বিধান সভাই পূৰ্বতে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ লৈ প্ৰেৰণ কৰিছে। কিন্তু অনুসূচীকৰণৰ প্ৰতিশ্ৰুতিৰে কেইবাটাও নিৰ্বাচনত জয়ী হোৱা বিজেপিয়ে কাৰ্যক্ষেত্ৰত জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ব্যাপক জনমতৰ হেঁচাত ২০১৯ চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ’ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট(Group of Ministers) গঠন কৰি দিয়া হ’ল। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬মাহৰ ভিতৰত প্ৰতিৱেদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

পিছে ৬ বছৰ উকলি যোৱাৰ পাছতো প্ৰতিৱেদন দাখিল নকৰিলে। বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাৰ প্ৰতিবাদত আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত ব্যাপক জনজাগৰণ হৈছে আৰু জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে। এতিয়া উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ,মটক, চুতীয়া,তাই-আহোম,চাহ জনগোষ্ঠী-আদিবাসীৰ জনজাতিকৰণৰ দাবীত বিশাল সভা-সমদল দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ কোঁচ -ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। কিন্তু বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে ক্ষিপ্ৰতাৰে ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ সলনি দমন-নিপীড়নৰ নীতিহে গ্ৰহণ কৰিছে। ইয়াৰে পৰিণতিত ১০ছেপ্টেম্বৰত গোলোকগঞ্জত আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠি চালনাৰ ফলত দুই শতাধিক লোক আহত হৈছে, আহত কেইবাজনৰো অৱস্থা গুৰুতৰ বাবে হস্পিতালত চিকিৎসাধীন হ’বলগীয়া হৈছে।

Apply Now

এতিয়া গণ আন্দোলনৰ প্ৰাবল্য আৰু জনৰোষ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানান বিভ্ৰান্তিমূলক আৰু অৰ্থহীন কথা ক’ব ধৰিছে।

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে।

চিপিআই(এম)-এ প্ৰথমৰে পৰা এই দাবীক সমৰ্থন কৰি আহিছে আৰু বৰ্তমানে থকা জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে সংবিধানৰ প্ৰয়োজনীয় সংশোধন কৰাৰ বাবে মত প্ৰকাশ কৰি আহিছে।

ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে চলা শান্তিপূৰ্ণ, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চিপিআই(এম)-এ দলৰ পূৰ্ণ সমৰ্থন পুনৰবাৰ ব্যক্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd