• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰথৰ চকৰি ঘূৰিল ৰিক্সাচালকৰ; ৩০ টকা খৰচ কৰি পালে ৫০ লাখ টকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2019 7:48 am
ফটো - ৰিক্সাচালক গৌৰ দাস

ফটো - ৰিক্সাচালক গৌৰ দাস

123.4k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড অনুষ্ঠিত এখন লটাৰী খেলত ভাগ্য ফুলিল এজন ৰিক্সা চালকৰ। যাৰ ফলত ৰাতিটোৰ ভিতৰতে লাখপতি হ’ল  ৰিক্সা চালক গৌৰ দাস।

নাগালেণ্ডত ৰিক্সা চালক হিচাপে জীৱন নিৰ্বাহ কৰা পশ্চিম বংগৰ বৰ্ধমান জিলাৰ গৌৰ দাসে যোৱা দেওবাৰে অনুষ্ঠিত লটাৰী প্ৰতিযোগিতাখনত ৫০ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে।

উল্লেখযোগ্য যে দাসে জনোৱা মতে প্ৰথম অৱস্থাত তেওঁৰ লটাৰী টিকতটো কিনাৰ বিশেষ আগ্ৰহ নাছিল, কিন্তু টিকত বেচোতাজনে খুব জোৰ কৰাত তেওঁ ৩০ টকা দি টিকতটো কিনে।

পিছত যোৱা দেওবাৰে আৱেলি তেওঁ ওচৰৰ লটাৰী টিকত বেচা দোকানলৈ গৈ ৰিজাল্ট চায় দেখে যে তেওঁ ৫০ লাখ টকাৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

দাসে কয় যে প্ৰথম পুৰস্কাৰ পোৱাৰ আনন্দত আত্মহাৰা হৈ তেওঁ চিধাই ঘৰলৈ আহি পত্নীক ভাল খবৰটো জনায়।

আনহাতে প্ৰথম অৱস্থাত নিৰাপত্তাৰ কথা ভাৱি তেওঁ ওচৰ-চুবুৰিয়াক খবৰটো দিয়া নাছিল। পিছত সোমবাৰে তেওঁ টিকতটো এটা ওচৰৰ বেংকত জমা দিয়ে।

খবৰটো বিয়পি পৰাৰ লগে লগে দাসৰ ঘৰত অঞ্চলটোৰ ৰাইজেৰে ভৰি পৰে। দাসৰ সৈতে পৰিয়ালত আছে তেওঁৰ বৃদ্ধ মাতৃ, পত্নী, দুগৰাকী কণমানী কন্যা আৰু এটি তৃতীয় শ্ৰেণীত পঢ়া পুত্ৰ সন্তান।

Recent News

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd