• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজৱ ঘটনা!! কন্যা সন্তান হোৱা বাবেই গ্ৰহণ নকৰা পিতৃয়ে লিগেচি চুৰি কৰা বুলি জীয়েকৰ বিৰুদ্ধে দিলে এজাহাৰ

কন্যা সন্তান জন্ম দিয়া বাবেই পত্নী আৰু সন্তানক ১৯ বছৰৰ পূৰ্বেই বাহিৰ কৰি দিছিল ঘৰৰ পৰা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 10, 2018 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত নিজৰে জীয়েকৰ বিৰুদ্ধে দেউতাকে লিগেচী চুৰি কৰা বুলি বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল কৰাৰ ঘটনাই বৰ্তমান অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলি আদৰ্শ বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনাৰাম ভূঞা নামৰ এইগৰাকী ভদ্ৰলোকে নিজৰ প্ৰথমা পত্নীৰ কন্যা সন্তান থকা বাবেই পুত্ৰ সন্তানৰ লোভত বিশ্বনাথৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক পত্নী হিচাপে আঁকোৱালি লৈছিল।

কিন্তু পিছত মহিলা গৰাকীয়ে ১৯৯৯ চনত এটি কন্যা সন্তান জন্ম দিয়াত সোণাৰাম ভূঞাই দিত্বীয় পত্নী আৰু সদ্যোজাত সন্তানটিক নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে।

ফলত স্বামীৰ দ্বাৰা লাঞ্ছিত আৰু প্ৰতাৰিত হৈ মহিলাগৰাকীয়ে কন্যা সন্তানসহ তেতিয়াৰে পৰা আশ্ৰয় ল’ব লগা হয় পিতৃ গৃহত।

দেউতাকৰ অবিহনেই কন্যা সন্তানটিক মহিলাগৰাকীয়ে বহু কষ্ট কৰি পঢ়াই শুনাই বৰ্তমান মহাবিদ্যালয় পৰ্যায় পোৱালেগৈ। ছোৱালীগৰাকী বৰ্তমান মেধাৱী ছাত্ৰী হিচাপে পৰিচিত।

কিন্তু পাষাণ হৃদয়ৰ দেউতাকে ইমানৰ পিছতো নিজৰ জীয়েকৰ ওপৰত মানসিক নিৰ্যাতন চলাবলৈ নেৰিলে। এন আৰ চিৰ চূড়ান্ত খচৰাত ছাত্ৰীগৰাকীৰ নাম সোণাৰাম ভূঞাৰ কন্যা হিচাপে অন্তৰ্ভুক্ত হোৱাত ভূঞাই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে অৰ্থাৎ নিজৰে কন্যাৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি থানাত তেওঁৰ লিগেচি চুৰি কৰা বুলি এজাহাৰ দাখিল কৰে।

ইফালে ভূঞাই এজাহাৰ দাখিল কৰাত ছাত্ৰীগৰাকীৰ মাতৃ আৰক্ষী থানাত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ জন্ম হোৱা চিকিৎসালয়ৰ প্ৰমাণপত্ৰ, জন্মৰ চৰকাৰী প্ৰমাণপত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰে। য’ত ছাত্ৰী গৰাকীৰ পিতৃ সোণাৰাম ভূঞা বুলি স্পষ্টকৈ উল্লেখ আছে।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে সোণাৰাম ভূঞাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ভূঞাই মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd