• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জিম্মাত নিৰ্মম অত্যাচাৰ; ভুক্তভোগীৰ পিতৃয়ে বিচাৰিলে ডি জি পিৰ হস্তক্ষেপ

ছাজিদ খান by ছাজিদ খান
August 7, 2019 10:55 am
DGP kuladhar Saikia

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাত এজন ২৬ বছৰীয়া যুৱকক নিৰ্মমভাৱে অত্যাচাৰ চলোৱা বুলি যুৱকজনৰ পিতৃয়ে অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টোত আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰে।

উল্লেখ্য যে জিত মালাকৰ নামৰ এজন যুৱকৰ গোচৰৰ ভিত্তিত ছাব ইন্সপেক্টৰ জন খাংকিঅ’ৰ নেতৃত্বৰ এটা দলে হেলেন ৰাভা নামৰ যুৱকজনক আটক কৰিছিল।

জানিব পৰা মতে যোৱা শনিবাৰে টংলা চহৰৰ কোনোবা মদৰ দোকানত দুই বন্ধু মালাকৰ আৰু ৰাভাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট লাগিছিল। আৰু তাৰ পাছতেই মালাকৰে ৰাভাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে।

‘আৰক্ষীয়ে নিশা তিনি বজাত তাক উঠাই লৈ গৈছে যদিও সোমবাৰ নিশা পৰ্যন্ত তাৰ গ্ৰেপ্তাৰৰ নামত কোনো জাননী জাৰি কৰা হোৱা নাই’। এই কথা জানিবলৈ দিয়ে যুৱকজনৰ মাতৃয়ে।

ইফালে চহৰখনৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে পৰিচিত যুৱকজনৰ পিতৃ ভৱানি ৰাভাই সোমবাৰে থানাত উপস্থিত হোৱাত আৰক্ষীয়ে পুত্ৰক নিৰ্মম অত্যাচাৰ চলোৱাৰ লগতে মুকলিৰ বাবদ টকা বিচাৰে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘পুত্ৰৰ মুকলিৰ বাবদ মোৰ পৰা টকা বিচাৰিছে। আৰক্ষী বিষয়াই মোৰ পুত্ৰক কোনো ধৰণৰ অত্যাচাৰ চলোৱা নাই বুলি কৈছে কিন্তু ল’ৰাটোৱে নিজৰ ভৰিৰ ওপৰতে থিয় হ’ব পৰা নাছিল। তদুপৰি দুদিন ধৰি খাব নিদিয়াকৈ তাৰ ওপৰত অত্যাচাৰ চলাইছিল’।

যুৱকজনৰ পিতৃগৰাকীয়ে লগতে কয় যে খাংকিঅ আৰু দুৰ্গা কিংকৰ শৰ্মা নামৰ আৰক্ষী বিষয়া দুজনে মোৰ ল’ৰাটোক লাঠিৰে কোবোৱাৰ লগতে প্লাচেৰেও হাত-ভৰিৰ নখ সমূহ চেপিছে।

উল্লেখ্য যে টংলা আৰক্ষীৰ এনে কু-কাৰ্যৰ বিষয়ে যুৱকজনৰ পিতৃয়ে শীৰ্ষ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিয়াত যুৱকজনৰ বিৰুদ্ধে বিভিন্ন জামিন বিহীন গোচৰ জাপি দিছে।

ইয়াৰ উপৰি মঙলবাৰে যুৱকজনক অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd