• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জিম্মাত নিৰ্মম অত্যাচাৰ; ভুক্তভোগীৰ পিতৃয়ে বিচাৰিলে ডি জি পিৰ হস্তক্ষেপ

ছাজিদ খান by ছাজিদ খান
August 7, 2019 10:55 am
DGP kuladhar Saikia

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাত এজন ২৬ বছৰীয়া যুৱকক নিৰ্মমভাৱে অত্যাচাৰ চলোৱা বুলি যুৱকজনৰ পিতৃয়ে অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টোত আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰে।

উল্লেখ্য যে জিত মালাকৰ নামৰ এজন যুৱকৰ গোচৰৰ ভিত্তিত ছাব ইন্সপেক্টৰ জন খাংকিঅ’ৰ নেতৃত্বৰ এটা দলে হেলেন ৰাভা নামৰ যুৱকজনক আটক কৰিছিল।

Apply Now

জানিব পৰা মতে যোৱা শনিবাৰে টংলা চহৰৰ কোনোবা মদৰ দোকানত দুই বন্ধু মালাকৰ আৰু ৰাভাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট লাগিছিল। আৰু তাৰ পাছতেই মালাকৰে ৰাভাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে।

‘আৰক্ষীয়ে নিশা তিনি বজাত তাক উঠাই লৈ গৈছে যদিও সোমবাৰ নিশা পৰ্যন্ত তাৰ গ্ৰেপ্তাৰৰ নামত কোনো জাননী জাৰি কৰা হোৱা নাই’। এই কথা জানিবলৈ দিয়ে যুৱকজনৰ মাতৃয়ে।

ইফালে চহৰখনৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে পৰিচিত যুৱকজনৰ পিতৃ ভৱানি ৰাভাই সোমবাৰে থানাত উপস্থিত হোৱাত আৰক্ষীয়ে পুত্ৰক নিৰ্মম অত্যাচাৰ চলোৱাৰ লগতে মুকলিৰ বাবদ টকা বিচাৰে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘পুত্ৰৰ মুকলিৰ বাবদ মোৰ পৰা টকা বিচাৰিছে। আৰক্ষী বিষয়াই মোৰ পুত্ৰক কোনো ধৰণৰ অত্যাচাৰ চলোৱা নাই বুলি কৈছে কিন্তু ল’ৰাটোৱে নিজৰ ভৰিৰ ওপৰতে থিয় হ’ব পৰা নাছিল। তদুপৰি দুদিন ধৰি খাব নিদিয়াকৈ তাৰ ওপৰত অত্যাচাৰ চলাইছিল’।

যুৱকজনৰ পিতৃগৰাকীয়ে লগতে কয় যে খাংকিঅ আৰু দুৰ্গা কিংকৰ শৰ্মা নামৰ আৰক্ষী বিষয়া দুজনে মোৰ ল’ৰাটোক লাঠিৰে কোবোৱাৰ লগতে প্লাচেৰেও হাত-ভৰিৰ নখ সমূহ চেপিছে।

উল্লেখ্য যে টংলা আৰক্ষীৰ এনে কু-কাৰ্যৰ বিষয়ে যুৱকজনৰ পিতৃয়ে শীৰ্ষ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিয়াত যুৱকজনৰ বিৰুদ্ধে বিভিন্ন জামিন বিহীন গোচৰ জাপি দিছে।

ইয়াৰ উপৰি মঙলবাৰে যুৱকজনক অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd