• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুকৰণীয়! আড়ম্বৰপূৰ্ণভাৱে বিয়া পতাৰ পৰিৱৰ্তে সেই ধনেৰে যুৱকে নিৰ্মাণ কৰিলে গাঁৱৰ ৰাস্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 12:16 pm
119
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰত এজন যুৱকৰ আজৱ কাণ্ড।আড়ম্বৰপূৰ্ণভাৱে বিয়া পতাৰ পৰিৱৰ্তে বৰঞ্চ সেই ধনেৰে গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰিলে এজন যুৱকে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ ছুছা গাঁৱৰ বাসিন্দা শ্ৰীকান্ত একুদে বহুদিনৰ পৰাই এই বিষয়ে চিন্তা কৰি আছিল। যিদৰে ভবা হয়, কৰ্মও তেনেকুৱাই। বিয়াখন কোনো ধুমধামেৰে পতাৰ পৰিৱৰ্তে টকাখিনি গাঁৱৰ কামত ব্যৱহাৰ কৰা হৈছিল। বিয়াৰ অনুষ্ঠান এৰি দি পইচা খৰছ কৰি গাঁৱৰ বাবে এটা ৰাস্তা সাজিলে। বিয়াৰ দিনটো উন্নয়নৰ দিন হৈ পৰিল।

২৮ এপ্ৰিলত শ্ৰীকান্ত আৰু অঞ্জলিৰ বিয়া অতি সহজভাৱে হৈছিল। কোনো ডাঙৰ অনুষ্ঠান নাছিল, কোনো উৎসৱমুখৰ ভোজ নাছিল। ঘৰৰ সা-সামগ্ৰী বা দামী উপহাৰৰ সলনি তেওঁলোকে আলহীৰ পৰা গছৰ পুলি বিচাৰিছিল। সেই অনুসৰি বিয়াৰ দিনা প্ৰায় ৯০ টা ফলমূলৰ গছ ৰোপণ কৰা হয়।

শ্ৰীকান্তই কৃষি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ কয়, “মই বিচাৰিছিলো বিয়াৰ টকাখিনি গাঁৱৰ উপকাৰৰ কামত ব্যৱহাৰ কৰা হওক। বাৰিষা গাঁৱৰ মানুহে পথাৰলৈ যাবলৈ বৰ অসুবিধা পায়। এটা ৰাস্তা নিৰ্মাণ কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল।” পৰিয়াল আৰু আত্মীয়ক পতিয়ন নিয়াৰ পাছত প্ৰায় ৫০ হাজাৰ টকা সংগ্ৰহ কৰে। সেই অৰ্থত ৬০০ মিটাৰ দৈৰ্ঘ্যৰ মাটিৰ পথ নিৰ্মাণ কৰা হ’ল, যাৰ ফলত এতিয়া গাঁওবাসীয়ে নিজৰ কৃষিভূমিত প্ৰৱেশ কৰাত বহুত সহজ হৈ পৰিছে।

Recent News

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd