• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি! আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 19, 2022 4:16 pm
179
VIEWS
Share on FacebookShare on Twitter

বাৰিষা ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ কৰা হৈছে নাওঁ বা ফেৰী সেৱা।

গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা বন্ধ ৰখা হৈছে ফেৰীসেৱাসমূহ।


এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগে জাৰি কৰিছে জাননী।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে প্ৰবল সোঁতৰ বাবে এই ফেৰী সেৱাসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে।

ফেৰীসেৱা বন্ধ হোৱাৰ লগেলগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত ৷

ইতিমধ্যে যোৱা ১৫ মে’ৰ পৰা বন্ধ কৰা হৈছে যোৰহাট-মাজুলীৰ ফেৰীসেৱাসমূহ।

নেৰানেপেৰা বৰষুণৰ ফলত তৰিৎ গতিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত মাজুলী-নিমাতী সংযোগী ফেৰী সেৱা ব্যাহত হৈ পৰিছে।

নিতৌ বহু হাজাৰ যাত্ৰীৰ আহ-যাহৰ অন্যতম মাধ্যম ব্যস্ত ফেৰীঘাটসমূহত ফেৰীৰ সংখ্যা কমি যোৱাত যাত্ৰীসকল যথেষ্ট সমস্যাত পৰিছে।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd