• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং; ভাৰত আৰু বাংলাদেশৰ খেল ড্ৰ ৰূপে সামৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 9:32 pm
ভাৰতীয় ফুটবল দল

সুনীল ছেত্ৰী

1.4k
VIEWS
Share on FacebookShare on Twitter

কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগণত ভাৰত আৰু বাংলাদেশৰ মাজত আজি অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ এখন গুৰুত্বপূৰ্ণ খেল ১-১ গ’লত ড্ৰ ৰূপে সামৰণি পৰে।

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধৰ ৪২ মিনিটত ছৈয়দ উদ্দিনে দিয়া গ’লৰ সহায়ত বাংলাদেশে ১-০ ৰ অগ্ৰগতি লাভ কৰে।

এটা ফ্ৰি কিকত সুন্দৰভাৱে হেড দি ভাৰতীয় গ’ল ৰক্ষক গুৰপ্ৰীত সিং সান্ধুক পৰাভূত কৰে ছৈয়দ উদ্দিনে।

দ্বিতীয়াৰ্ধত ভাৰতে আক্ৰমণৰ গতি তীব্ৰতৰ কৰি তোলে যদিও ৮৮ মিনিটলৈ গ’ল পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাছিল।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ ৮৮ মিনিটত আদিল খানে দিয়া গ’লৰ সহায়ত ভাৰতে ১-১ ত সমতা স্থাপন কৰে আৰু খেলখন ড্ৰ ৰূপে সামৰণি পৰে।

আজিৰ খেলখনত ৰেফাৰীয়ে বাংলাদেশৰ দুজন আৰু ভাৰতৰ এজন খেলুৱৈক বিধিনিষিদ্ধ খেলৰ বাবে হালধীয়া কাৰ্ড দেখুৱাবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, ফিফা ৰেংকিং অনুসৰি বৰ্তমান ভাৰতৰ স্থান ১০৩ হোৱাৰ বিপৰীতে ১৮৭ নম্বৰত আছে বাংলাদেশ।

আজিৰ খেলত ভাৰতৰ ৰক্ষণ বিভাগত তাৰকা ডিফেণ্ডাৰ সন্দেশ জিংঘানৰ উপস্থিতি বাৰুকৈয়ে অনুভব হয়।

ভাৰতে ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ প্ৰথমখন খেলত ওমানৰ বিপক্ষে পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন খেলত শক্তিশালী কাটাৰৰ বিপক্ষে ড্ৰ খেলবলৈ সক্ষম হৈছিল।

Recent News

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd