• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বাজেট ২০২৪: মিত্ৰজোঁটক তুষ্টিকৰণৰ ৰাজনীতি নিৰ্মলা সীতাৰমনৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 23, 2024 11:46 am
কেন্দ্ৰীয় বাজেট ২০২৪: মিত্ৰজোঁটক তুষ্টিকৰণৰ ৰাজনীতি নিৰ্মলা সীতাৰমনৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট প্ৰস্তাৱ (২০২৪-২৫) দাখিল কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমনে। অধ্যক্ষৰ চকীত ওম বিৰলা।

লোকসভাত তেওঁ কয় যে দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ নিম্ন। এই বাজেটত কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কৃষি উৎপাদন গৱেষণাতো ব্যক্তিগত খণ্ডক উৎসাহিত কৰা হ’ব। চাৰিটা ভিন্ন জাতিৰ উন্নয়নত গুৰুত্ব দিব চৰকাৰে। অহা পাঁচ বছৰলৈ যুৱ সমাজৰ উন্নয়নৰ বাবে ৪.১ কোটি যুৱকক অনা হ’ব। ইয়াৰ বাবে চৰকাৰে ৫টা প্ৰকল্প হাতত লৈছে।

নিৰ্মলা সীতাৰমণে লগতে কয় যে চৰকাৰে দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু খাদ্য দানকাৰীক লক্ষ্য কৰি ল’ব। তেওঁ কয় যে বাজেট ভাষণৰ আৰম্ভণিতে চৰকাৰে এই প্ৰস্তাৱত ৯টা বিষয়ক অগ্ৰাধিকাৰ দিছে। সেইবোৰ হ’ল, কৃষি উৎপাদন আৰু কৃষিক্ষেত্ৰত স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা বিকাশ বৃদ্ধি, মানৱ মূলধন বৃদ্ধি আৰু সামাজিক ন্যায়, উদ্যোগ আৰু সেৱাৰ বৃদ্ধি, চাকৰি সৃষ্টি, নগৰ উন্নয়ন, শক্তি, আন্তঃগাঁথনি, গৱেষণা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংস্কাৰ।

তৃতীয় এন ডি এ চৰকাৰৰ দুটা অংশীদাৰ দল বিহাৰৰ জে ডি ইউ আৰু অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টিক সন্তুষ্ট কৰিবলৈ নিৰ্মলাই কেইবাটাও বিত্তীয় পেকেজ আৰু আঁচনি ঘোষণা কৰে। 

বাজেটত এন ডি এৰ অংশীদাৰ ২ ৰাজ্যৰ বাবে বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। বিহাৰৰ উন্নয়নৰ বাবে ২৬ হাজাৰ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বাবেও ৫০ হাজাৰ কোটিৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণা কৰা হৈছে।

তেওঁ কয় যে ভাৰতৰ বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰ ৩.১ শতাংশ।

এই বাজেটত নিয়োগ, মধ্যবিত্তীয় পৰিৱৰ্তন আৰু দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। উন্নত ভাৰতৰ দিশত কাম কৰিবলৈ চৰকাৰ সচেষ্ট। উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এক কোটি কৃষকক প্ৰাকৃতিক খেতিলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। ভোজ্য তেলত স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা হ’ব।  কৃষিক্ষেত্ৰত সমবায়সমূহৰ ওপৰত চকু দিয়া হ’ব বুলিও কোৱা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 15, 2025 3:57 pm
‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd