• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2025 2:50 pm
195
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুকাই-আবদাৰ কৰি নহয়, এইবাৰ পোনপটীয়াকৈ শান্তিৰ নোবেল বঁটা বিচাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে! তেওঁ নৰৱেৰ এগৰাকী মন্ত্ৰীৰ ওচৰত এই বঁটাৰ বাবে আহ্বান জনালে।

ইয়াৰ পূৰ্বেও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভৰ যোগ্যতাৰ বিষয়ে বহুবাৰ ৰাজহুৱাভাৱে দাবী কৰিছিল। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ নিজকে নোবেল দিয়াৰ প্ৰস্তাৱেই আগবঢ়াইছে।

Apply Now

সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি নৰৱেৰ বাণিজ্যিক দৈনিক ‘ডেগেন্স নাইৰিংছলিভ’ই লিখিছে যে যোৱা জুলাই মাহত নৰৱেৰ বাণিজ্য মন্ত্ৰী জেন্স ষ্টলটেনবাৰ্গৰ সৈতে হোৱা ফোন বাৰ্তালাপত শুল্ক আৰু অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোচনাৰ সময়ত ট্ৰাম্পে নিজেই কৈছিল – এইবাৰ মোক শান্তিৰ নোবেল বঁটা লাগে।

ইতিমধ্যে ইজৰাইল, পাকিস্তান আৰু কম্বোডিয়াই শান্তি বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিছিল। কিন্তু এইবাৰ তেওঁ নৰৱেৰ পৰা পোনপটীয়াকৈ দাবী কৰিছে যে তেওঁ ‘নোবেলৰ যোগ্য’।

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে নোবেল কমিটী বা হোৱাইট হাউছৰ কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। ষ্টল্টনবাৰ্গে অৱশ্যে কয় যে এই ফোন কলটো মূলতঃ নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ ষ্টাৰৰিজৰ সৈতে শুল্ক আৰু অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোচনাৰ প্ৰস্তুতিৰ বাবে আছিল। ইয়াৰ বাহিৰেও তেওঁ কোনো সবিশেষ জনোৱা নাই। অৱশ্যে সূত্ৰ অনুসৰি ট্ৰাম্পৰ এই দাবীৰ বিনিময়ত নৰৱেই শুল্ক নিষ্পত্তিৰ প্ৰস্তাৱ আগবঢ়াইছে।

বিশেষজ্ঞসকলৰ মতে ড’নাল্ড ট্ৰাম্পে নিজৰ ঢোলটো খুব ভালকৈ বজাব জানে। সেইবাবেই ভাৰত-পাকিস্তানৰ পৰা ইজৰাইল-হামাছ, ৰাছিয়া-ইউক্ৰেইনলৈকে যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰি তেওঁ নিজেই বাৰে বাৰে ‘কৃতিত্বৰ দাবী’ কৰিছে।

ইপিনে, ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ ভূমিকাক প্ৰশংসা কৰিছে ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তিনি বছৰতকৈও অধিক সময় ধৰি যুদ্ধবিৰতি আৰু পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আহিছে। পুটিনৰ মতে এই প্ৰচেষ্টাই বিশ্বলৈ স্থায়ী শান্তি কঢ়িয়াই আনিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd