• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 9, 2025 12:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলপূৰ্বক মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ, আৰক্ষী জোৱানৰ সৈতে বিবাদ, আইন-শৃংখলা ৰক্ষাত বাধা দিয়াৰ অভিযোগ। ঝাৰখণ্ড আৰক্ষীয়ে বিজেপিৰ দুই সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এজন ঝাৰখণ্ডৰ গোড্ডাৰ বিজেপি সাংসদ নিশিকান্ত ডুবে আৰু আনজন উত্তৰ-পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰী।

ঝাৰখণ্ডৰ দেওঘৰৰ বাবা বৈদ্যনাথ মন্দিৰত শাওণ মাহৰ প্ৰতি সোমবাৰে ভক্তৰ ব্যাপক ভিৰ হয়। সেয়ে সেই সময়ত ভিআইপি বা ভিভিআইপিসকলক মন্দিৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।

যোৱা ২ আগষ্টত নিষেধাজ্ঞা প্ৰযোজ্য হৈ থকাৰ সময়তে নিশিকান্ত আৰু মনোজ তিৱাৰীয়ে পূজা দিবলৈ গৈছিল। অভিযোগ অনুসৰি আৰক্ষীৰ আপত্তি সত্ত্বেও তেওঁলোকে এদল লোকৰ সৈতে মন্দিৰ গৰ্ভগৃহত প্ৰৱেশ কৰে।

সেই সময়ত আকৌ ‘কেঁচা জল পূজা’ৰ পৰম্পৰা চলি আছিল। মন্দিৰৰ মুখ্য পুৰোহিত কাৰ্তিক নাথ ঠাকুৰে অভিযোগ কৰিছে যে হঠাতে ভিভিআইপিৰ প্ৰৱেশে ‘কেঁচা জল পূজা’ অনুষ্ঠান পালনতো সমস্যাৰ সৃষ্টি কৰে।

মুখ্য পুৰোহিতৰ অভিযোগৰ ভিত্তিত হেমন্ত ছোৰেনৰ অধীনত থকা ঝাৰখণ্ড চৰকাৰৰ আৰক্ষীয়ে বিজেপিৰ দুই সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁলোকৰ বিৰুদ্ধে অনাধিকাৰ প্ৰৱেশ, ধৰ্মীয় উপাসনাত বাধা দিয়া, চৰকাৰী কামত বাধা দিয়া আদি একাধিক অভিযোগ উত্থাপন কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে দাবী কৰিছে যে সাংসদ দুগৰাকীৰ বাবে সাধাৰণ ভক্তসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

অৱশ্যে এই এফআইআৰৰ আঁৰত বিজেপিয়ে ৰাজনৈতিক প্ৰতিশোধ দেখিছে। ঝাৰখণ্ড ৰাজ্যিক বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে কয়, “ঝাৰখণ্ড চৰকাৰে নিকৃষ্টতাৰ সীমাত উপনীত হৈছে। আইনৰ ৰক্ষকসকলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।” নিশিকান্তে নিজেই ছ’চিয়েল মিডিয়াত কয়, “যদি পূজা কৰাটো অপৰাধ হয়, তেন্তে মই নিজেই আত্মসমৰ্পণ কৰিবলৈ সাজু। এনেয়েও মোৰ বিৰুদ্ধে ৫১টা গোচৰ আছে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd