• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমানক লৈ বিতৰ্কিত মন্তব্যৰ অভিযোগ তুলি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত আমছুৰ এজাহাৰ দাখিল

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 20, 2020 9:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল৷ মাৰ্ঘেৰিটা সদৰ আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছে আমছুৱে৷

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা সদৰ থানাত আমছুৱে এজাহাৰ দাখিল কৰে।

ইছলাম ধৰ্মালম্বী লোকসকলক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আমছুৱে।

উল্লেখযোগ্য যে, বিগত ১৮ আগষ্টত সত্যৰঞ্জন বৰাই জাতীয় সত্তা আৰু হিন্দু চেতনাৰ যাত্ৰা শীৰ্ষক অভিযানৰ অংশস্বৰূপে মাৰ্ঘেৰিটাত উপস্থিত হৈছিল ৷

১৯ আগষ্টৰত মাৰ্ঘেৰিটাৰ লোকনাথ বাবাৰ মন্দিৰত এক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছতেই দুপৰীয়া এখন সংবাদমেল সম্বোধন কৰিছিল বৰাই।

উক্ত সংবাদ মেলত সত্যৰঞ্জন বৰাই নিজৰ মনোভাৱ ব্যক্ত কৰি মাৰ্ঘেৰিটাত ভৰি দি তেওঁ অত্যন্ত দুখী হৈছে বুলি উল্লেখ কৰি হিন্দু জাতিসত্তাৰ অন্যতম গৰুক লৈ মাৰ্ঘেৰিটাত বেহা চলিছে বুলি মত প্ৰকাশ কৰিছিল।

আনহাতে, একাংশ মুছলমানে লাভ  জেহাদৰ নামত হিন্দু যুৱতীক টাৰ্গেট কৰি লোৱাৰ লগতে ভুৱা নামেৰে হিন্দু যুৱতীৰ সতে প্ৰেমৰ অভিনয় কৰিছে বুলিও বৰাই কয়।

ধৰ্মান্তকৰণৰ  প্ৰক্ৰিয়া কোৰাণৰ কৰবাত নহয় কৰবাত লিপিবদ্ধ আছে সেয়েহে লাভ জেহাদৰ নামত নিজৰ আচল পৰিচয় গোপন কৰি ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া মুছলমান সকলে আৰম্ভ কৰিছে বুলি সত্যৰঞ্জন বৰাই অভিযোগ তুলিছিল।

‘‘মুছলমানে আমাৰ মাটি দখল কৰিব, বাই-ভনীক নষ্ট কৰিব, আমাক সকলো ফালৰ পৰা নিশকটীয়া কৰিব আৰু আমি কিয় মাত নামাতিম,’’ বিজেপিৰ নেতা গৰাকীয়ে এইদৰে সংবাদমেলত কৈছিল।

বৰাৰ সংবাদমেলৰ পাছতে তেওঁ‌ৰ মন্তব্যক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু আমছুৱে বৰাৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰে।

এজাহাৰত আমছু নেতৃত্বই  দিয়া অভিযোগ অনুসৰি সত্যৰঞ্জন বৰাৰ এনে মন্তব্যই মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাবে বাস কৰি থকা হিন্দু-মুছলমানৰ সমন্বয়ৰ ওপৰত আঘাত হানিব আৰু মুছলমান ধৰ্মাৱলম্বী  কেইজনমান অপৰাধীৰ বাবে গোটেই জাতিটোক নিন্দা কৰাতো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd