• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা; অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে এফ আই আৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 9:52 am
প্ৰকাশ ৰাজ

অভিনেতা প্ৰকাশ ৰাজ। ফটো উৎস : ইন্টাৰনেট

25.1k
VIEWS
Share on FacebookShare on Twitter

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰি বিপদত পৰিছে অভিনেতা প্ৰকাশ ৰাজ। তেওঁৰ এনে বক্তৱ্যৰ বাবে দুগৰাকী আইনজীৱীয়ে নতুন দিল্লীৰ তিলক মাৰ্গ আৰক্ষী থানাত অভিনেতাগৰাকীৰ বিৰুদ্ধে এক এফ আই আৰ দাখিল কৰিছে।

অভিনেতাগৰাকীৰ বক্তৱ্যই হিন্দু সম্প্ৰদায়ৰ অনুভুতিক আঘাত কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে।

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰাৰ বাবেই প্ৰকাশ ৰাজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।

কেইদিনমান পূৰ্বে এক সাক্ষাৎকাৰত অভিনেতা প্ৰকাশ ৰাজে কৈছিল যে তেওঁ ৰামলীলা পছন্দ নকৰে। এই প্ৰসংগত তেওঁ শিশু পৰ্ণ’গ্ৰাফীৰ কথা টানি আনে।

তেওঁ কয় যে ৰামলীলাৰ আধুনিকীকৰণ হৈছে। ৰাম-সীতাৰ ঘটনা বৰ্তমান যিধৰণে প্ৰদৰ্শন কৰা হয় সেয়া তেওঁৰ পছন্দ নহয়। বিষয়টো তেওঁৰ বাবে বহুখিনি ‘চাইল্ড পৰ্ণ’গ্ৰাফী’ দৰে লাগে। যিদৰে শিশুসকলক লৈ পৰ্ণ’গ্ৰাফী তেওঁৰ পছন্দ নহয়, তেনেদৰে ৰামলীলাও তেওঁ পছন্দ নকৰে।

অভিনেতাগৰাকীৰ উক্ত বক্তৱ্যৰ পাছতেই বিষয়টো লৈ বিতৰ্কৰ সৃষ্টি হয়। ৰামলীলাৰ প্ৰদৰ্শনকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ প্ৰকাশ ৰাজে কয় যে বৰ্তমান ৰামলীলা যিদৰে প্ৰদৰ্শন কৰা হয় তাত সংখ্যালঘুসকলৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি হয়।

প্ৰকাশ ৰাজেই এয়াই নহয়, পূৰ্বেও একাধিকবাৰ বিজেপিৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰি আহিছে। বিজেপিৰ বিৰোধিতা কৰিয়েই তেওঁ যোৱা লোকসভা নিৰ্বাচনত বেংগালুৰু চেন্ট্ৰেলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাও কৰিছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd