• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ হিংসাক লৈ লিখা গ্ৰন্থৰ বাবে শিলচৰৰ লেখকৰ বিৰুদ্ধে এজাহাৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 10:17 am
3.2k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উত্তৰ-পূবৰ ৰাজ্যখনৰ জনগোষ্ঠীয় হিংসাৰ আধাৰত ৰচিত ‘মণিপুৰ ফাইলছ’ নামৰ গ্ৰন্থখনৰ জৰিয়তে “গোষ্ঠীৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা”ৰ অভিযোগত শিলচৰৰ এজন লেখক-সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

যোৱা ২৫ নৱেম্বৰত ইম্ফল পূব জিলাৰ পোৰমপাট আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগ দাখিল কৰে কাংগলেইপাক কানবা লুপ (কেকেএল)ৰ যুৱ নেতা লুৱাংচা ইউ নংগামখেইংগাকপাই।

অভিযোগ অনুসৰি লেখকে সংঘাতৰ এটা দিশহে উপস্থাপন কৰি হিংসাৰ পক্ষপাতদুষ্ট বিৱৰণ লিখিছে।

শিলচৰত বাসিন্দা সাহিত্যিক প্ৰণবানন্দ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ (ধৰ্ম, জাতি, বা জন্মস্থানৰ ভিত্তিত গোষ্ঠীৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা), ২০০ (মিছা বুলিও জানি সঁচা বুলি কৰা এনে ঘোষণা) আৰু ২৯৫ (যিকোনো শ্ৰেণীৰ ধৰ্মক অপমান কৰাৰ উদ্দেশ্যেৰে উপাসনা স্থানত আঘাত কৰা বা উপহাস কৰা) আদি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

দাসৰ বিৰুদ্ধে আই পি চিৰ ৫০৫ (ৰাজহুৱা ধূৰ্তালি কৰা বক্তব্য), ৪৯৯ (মানহানি) আৰু ১২০বি (সাধাৰণ উদ্দেশ্যেৰে অপৰাধমূলক ষড়যন্ত্ৰ) ধাৰাতো অভিযোগ ৰুজু কৰা হৈছিল।

লগতে পঢ়কঃ যন্ত্ৰৰ বিৰুদ্ধে মানুহৰ জয়! নিষিদ্ধ খনন পদ্ধতিৰে জীৱন ৰক্ষা পৰিল সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ

উল্লেখ্য যে ২০২৩ চনৰ ৩ মে’ৰ পৰা ৰাজ্যখনত গোষ্ঠীগত সংঘাত চলি থকাৰ ফলত ১৮০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।

Recent News

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd