• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা বিভ্ৰাট! বাওঁ ভৰিৰ সলনি সোঁ ভৰিত অস্ত্ৰোপচাৰ; চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2023 7:39 am
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিভ্ৰাটক লৈ এটা বাতৰিয়ে এতিয়া দেশজুৰি তোলপাৰ লগাইছে। এইবাৰ কেৰালাৰ এজন চিকিৎসকৰ বিৰুদ্ধে ভৰিৰ ভুল অস্ত্ৰোপচাৰৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এগৰাকী ৬০ বছৰীয়া মহিলাৰ ভৰিৰ অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে এই বিভ্ৰাট সৃষ্টি কৰিছিল বুলি অভিযোগ কৰা হৈছে। অভিযোগ কৰা হৈছে যে সমস্যা থকা ভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে তেওঁ আনখন ভৰিৰ অস্ত্ৰোপচাৰ কৰে।

কেৰালাৰ স্বাস্থ্য বিভাগৰ দেশ-বিদেশত সুনাম আছে। ৰাজ্যখনক নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষিত কৰাৰ প্ৰচেষ্টা বহু ঠাইত প্ৰশংসিত হৈছে। একেখন ৰাজ্যতে স্বাস্থ্য বিভাগৰ অধীনত অস্ত্ৰোপচাৰৰ এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কোজিকোড চিকিৎসা বিষয়াক এই সন্দৰ্ভত চিকিৎসা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষীয়ে ইতিমধ্যে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ৩৬৬ ধাৰাৰ অধীনত ড০ বি শানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা গৈছে যে প্ৰাৰম্ভিক প্ৰতিবেদনত জিলা প্ৰশাসনে এই ক্ষেত্ৰত ৰোগীৰ বক্তব্যৰ সমৰ্থনত প্ৰতিবেদন দিছে। চিকিৎসকজনৰ ওপৰত মানুহৰ জীৱনৰ প্ৰতি অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা অনুসৰি, চাজিনা সুকুমাৰণৰ পৰিয়ালে তেওঁক ভৰিৰ সমস্যাৰ বাবে কোজিকোডৰ নেশ্যনেল হাস্পাতালত ভৰ্তি কৰাইছিল। যোৱা সপ্তাহত তেওঁৰ বাওঁ ভৰিৰ বিষক লৈ এক সমস্যা হৈছিল। সেয়েহে চিকিৎসা কৰা হয়। কোৱা হয় যে বাওঁ ভৰিৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। তেতিয়াই চাজিনাক কোজিকোডৰ সেই চিকিৎসালয়খনত অস্ত্ৰোপচাৰ কৰা হয় যদিও তেওঁ আৰোগ্য নহ’ল। কিয়নো বাওঁ ভৰিৰ সলনি সোঁ ভৰিতহে অস্ত্ৰোপচাৰ কৰা হৈছিল।

তাৰ পিছতে তেওঁৰ পৰিয়ালটো ক্ষোভত ফাটি পৰে। ৰোগীৰ পৰিয়ালে দাবী কৰে যে চিকিৎসালয়খনে প্ৰথমতে বিষয়টো ঢাকিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ক’বলৈ চেষ্টা কৰিছিল যে মহিলাগৰাকীৰ সোঁ ভৰিৰ সমস্যাও আছিল। পিছত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

ৰোগীৰ পৰিয়ালে কৈছে যে আৰক্ষীৰ উপৰিও তেওঁলোকে মানৱ অধিকাৰ আয়োগৰ ওচৰলৈও যাব। পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণৰ বাবে যুঁজ দিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd