• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 6:22 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰচলিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা অসমৰ নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ নহয় ৷ এই ব্যৱস্থাই জাতি জনগোষ্ঠীসকলৰ মাজত বিভেদৰ সৃষ্টি কৰিব আৰু ইয়াৰ দ্বাৰা যুগে যুগে প্ৰতাৰনা আৰু প্ৰৱঞ্চনাৰ বলি হ’ব লাগিব ৷ গতিকে বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে অসমৰ সৰু বৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ সমস্যা সম্ভৱ ৷ এই মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীৰ ৷

এক প্ৰেছ বিবৃতিত চৌধুৰীয়ে কয়, কংগ্ৰেছ আৰু বিজেপি চৰকাৰে যোৱা দিনবোৰত অসমৰ নৃগোষ্ঠীয় সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ বিপৰীতে জাতি জনগোষ্ঠীসমুহৰ মাজত  ভাগ ভাগ কৰা ৰাজনীতি অব্যাহত ৰাখিছে ৷ বিজেপি আৰু কংগ্ৰেছ দলে বৃহত্তৰ অসমীয়া জাতি শক্তিশালী কৰিবৰ বাবে তেওঁলোকৰ শাসন কালত কি ভুমিকা ল’লে বুলি উভয় দলক প্ৰশ্ন কৰে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে ৷

Apply Now

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সঁকিয়াই দি চৌধুৰীয়ে কয় — ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপি ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, গতিকে প্ৰতিশ্ৰুতি পালন কৰাটো বিজেপি ৰ ধৰ্ম হোৱা উচিত ৷ ডাঃ চৌধুৰীয়ে কয়, আমি প্ৰতিশ্ৰুতি নিদিওঁ, আম আদমি পাৰ্টীয়ে গ্যেৰান্টেী দিয়ে ৷ গ্যেৰান্টী দিয়াৰ লক্ষ্য হ’ল ৰাইজৰ কামবোৰ ১০০% ৰূপায়ণ কৰা আৰু প্ৰতাৰনা – প্ৰৱঞ্চনা নিৰ্মূল কৰা ৷ তেখেতে কয় যে, আপ য়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ দাবীক সমৰ্থন কৰে, কিন্তু জনজাতি ৰাজ্য অসমৰ প্ৰাপ্য ৷ অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ বিকল্প নাই বুলি পুনৰ দোহাৰি আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে দাবী কৰে যে, অসমৰ ৰাইজ এই বিকল্প ব্যৱস্থাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷

লাঠী চালনাৰ ঘটনাক আপ ৰ নিন্দাঃ কালি ধুবুৰীত জনজাতিকৰনৰ দাবীত কোছ ৰাজবংশী সংগঠনে বাহিৰ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা লাঠী চালনাক আম আদমি পাৰ্টী, অসম য়ে নিন্দা কৰিছে ৷ এয়া বিজেপি চৰকাৰৰ অত্যাচাৰী শাসনৰ এটা সৰু নমুনা বুলি অভিহিত কৰিছে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই ৷ জনগোষ্ঠীয় সমস্যা সমাধানৰ ক্ষেত্ৰত দমন নীতি পৰিহাৰ কৰিবলৈ তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd