• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শান্তি কেতিয়া! পুনৰ ৰক্তাক্ত মণিপুৰ; প্ৰচণ্ড গুলীবৰ্ষণত দুগৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 9:36 am
Manipur
1.7k
VIEWS
Share on FacebookShare on Twitter

পুনৰ উত্তপ্ত হৈ উঠিছে মণিপুৰ। কেইদিনমানৰ সাময়িক শান্তিৰ পিছত কালি ৰাজ্যখন পুনৰ ৰক্তাক্ত হৈ উঠিল। কুকি অধ্যুষিত চুৰাচান্দপুৰ আৰু মেইটেই অধ্যুষিত বিষ্ণুপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত কালি সৃষ্টি হয় তীব্ৰ সংঘৰ্ষ।

মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নৰসেনাৰ সংলগ্ন গাঁৱত এই গুলীচালনাত দুগৰাকী লোকৰ মৃত্যু হয়। এই সংঘৰ্ষত ৭ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে, অঞ্চলটোত নিয়োজিত জিলা আৰক্ষী, অসম ৰাইফলছ, সেনা আৰু কেন্দ্ৰীয় বাহিনীয়ে তাৎক্ষণিকভাৱে সষ্টম হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে খিলঞ্জীয়া জনজাতি নেতা মঞ্চই মঙলবাৰে খোইৰেন্টাক অঞ্চলৰ আশে-পাশে থকা গাঁওসমূহত গুলীচালনাৰ ফলত গাঁৱৰ এগৰাকী স্বেচ্ছাসেৱক নিহত হৈছে বুলি দাবী কৰিছে। নিহত ব্যক্তিগৰাকীক ৩০ বছৰীয়া জংমিনলুন গাংটে বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাসমূহৰ লগতে খোইৰেন্টাক আৰু থিনুংগেই অঞ্চলতো সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি খবৰ প্ৰকাশ পাইছে। আনহাতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে আন এক অঞ্চলত এজন কৃষকক গুলীয়াই হত্যা কৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

কালি পুৱা থিনুংগেই মানিং লেইকাইত পথাৰত কাম কৰি থকাৰ সময়তে ছালাম জোটিন নামৰ এগৰাকী ব্যক্তি অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হৈছিল।

বুকুত গুলীৰ আঘাত পোৱাৰ পিছতে ব্যক্তিগৰাকীক লগে লগে ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত ব্যক্তিগৰাকীৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd