• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিয়াবৰত আন্তঃক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সামৰণি

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 31, 2019 6:36 pm
Screenshot_20190531_174408

কলিয়াবৰত অনুষ্ঠিত টাইকোৱানডো প্ৰতিযোগিতাৰ দৃশ্য

617
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ শিলঘাটত ৩০ মে’ৰ পৰা আৰম্ভ হোৱা প্ৰথম আন্তঃ ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে।

নগাঁও টাইকোৱাণ্ডো চেল্ফ-ডিফেন্স ক্লাৱে আয়োজন কৰা  প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন স্থানৰ মুঠ ষোল্লটা ক্লাবৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বয়স আৰু ওজনৰ ভিত্তিত কেইবাটাও শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। শিলঘাটত থকা ড০ ভূপেন হাজৰিকা ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পাঁচ বছৰ বয়সৰ পৰা ঊনৈশ বছৰ বয়সৰ ল’ৰা আৰু ছোৱালী উভয় শাখাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

খেলৰ অন্তত আজি প্ৰতিযোগিতাখনত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

নগাঁও টাইকোৱাণ্ডো চেল্ফ-ডিফেন্স ক্লাৱে আয়োজন কৰা প্ৰতিযোগিতাখন কলিয়াবৰৰ শিলঘাটত অনুষ্ঠিত হোৱা বাবে শিলঘাটৰ ক্ৰীড়া প্ৰেমী সকলৰ লগতে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে লগতে কলিয়াবৰৰ কেইবাশ যুৱক-যুৱতীয়ে খেলবিধৰ পৰা যথেষ্ট প্ৰেৰণা লাভ কৰিছে বুলি আমাক জানিবলৈ দিয়ে।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd