• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত মহকুমাত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ; ১০৪ নম্বৰ বিহৰা এল পি স্কুলৰ পুলিং বিষয়া চিকিৎসাধীন

উত্তম শইকীয়া by উত্তম শইকীয়া
December 5, 2018 11:16 am
panchayat election

প্ৰতিনিধিত্বমূলক ফটো

275
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ১৬খন জিলাৰ সমান্তৰালকৈ বোকাখাত মহকুমাতো পুৱা ৭ বজাৰ পৰাই আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই পৰ্যন্ত মহকুমাটোৰ গোটেই কেইটা ভোট কেন্দ্ৰতে শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে বুলি আমালৈ শেহতীয়াকৈ অহা খবৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে মহকুমাটোৰ ১০৪ নম্বৰ বিহৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত এজন বিষয়া কালি নিশা হঠ্যৎ অসুস্থ হৈ পৰাত তেওঁৰ স্থানত অন্য এজন বিষয়াক নিয়োজিত কৰি বেমেজালিৰ সৃষ্টি নোহোৱাকৈয়ে কেন্দ্ৰটোত সঠিক সময়ৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়।

জানিব পৰা মতে কেন্দ্ৰটোৰ চন্দ্ৰ কামান নামৰ তৃতীয় পুলিং বিষয়াজন নিশা অসুস্থ হৈ পৰাত অন্য বিষয়া কেইজনে স্থানীয় লোকৰ সহযোগত বিষয়াজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

উল্লেখ্য যে বোকাখাত মহকুমাত আজি মুঠ  ১,২৯,২৫৭ গৰাকী ভোটাৰে মুঠ ২০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৬৬,০০৯ গৰাকী পুৰুষ আৰু ৬৩,২৪৮ গৰাকী মহিলা ভোটাৰ।

মন কৰিবলগীয়া যে নিৰ্বাচনৰ বাবে মহকুমাটোত ২টা আদৰ্শ কেন্দ্ৰও স্থাপন কৰা হৈছে। এই কেন্দ্ৰত প্ৰিজাইডিং বিষয়াৰ পৰা পুলিং আৰু নিৰাপত্তাৰক্ষীলৈকে সকলোতে মহিলা বিষয়াক নিয়োগ কৰা হৈছে।

Recent News

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd