• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওত নিচাযুক্ত টেবলটৰ সৈতে ৫ জন যুৱকক আটক 

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 3, 2019 5:48 pm
9.9k
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ মাহুৰ ৰেলৱে ষ্টেশ্যনৰ সমীপত সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মাহুৰ আৰক্ষীয়ে নিচাযুক্ত ব্লু টেবলেটৰ সৈতে পাঁচ গৰাকী ব্যক্তিক আটক কৰে।

জানিব পৰা মতে আটকাধীন ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে মুঠ ১৪০ টো ব্লু টেবলেটৰ ফাইল জব্দ কৰিবলৈ সক্ষম হয়।

আটক কৰা লোক কেইগৰাকীক হাফলঙৰ কাউন্সিল কলনীৰ দিলৱাৰ খান, খংছাই গাঁৱৰ ডি চেবৈ কুকি, লংচুং চাংছান, লিয়েনখ’কাই চাংছান আৰু মাহুৰৰ ছংবুং গাঁৱৰ তংক’হাও চংলৈ বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান আটাই কেইগৰাকীকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোচা চলাই আছে বুলি জানিবলৈ দিয়ে।

আনহতে এই চক্ৰটোৰ সৈতে হাফলঙৰ এগৰাকী মহিলাৰ নামও সাঙুৰ খাই পৰিছে।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাত দীৰ্ঘদিনৰ পৰা নিচাযুক্ত টেবলেটৰ ব্যবসায় চলি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল।

Recent News

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd