• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডকাইটি কৰিবলৈ আহি অকলশৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ ৫ ডকাইতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2023 1:30 pm
4.5k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে বীভৎস ধৰ্ষণৰ ঘটনা। এইবাৰ এজন ব্যৱসায়ীৰ পত্নীক পাঁচজন ডকাইতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, মঙলবাৰে উত্তৰ প্ৰদেশৰ নগিনা গাঁৱত সংঘটিত হৈছে এই ঘটনা। নগিনা গাঁৱৰ এগৰাকী ব্যৱসায়ীৰ পত্নী ঘৰত অকলে আছিল। গধূলি প্ৰায় ৭.৩০ বজাত মহিলাগৰাকী ঘৰত অকলে থকা সুযোগত তেওঁলোকৰ ঘৰলৈ লুট-পাত কৰিবলৈ সোমাইছিল ৫ টা ডকাইত। 

ডকাইত কেইটাই ধন আৰু গহণা লুট পাত কৰাৰ লগতে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযোগ অনুসৰি ধৰ্ষণৰ লগতে মহিলা গৰাকীৰ শৰীৰত জলন্ত চিগাৰেট লগাই দিয়ে ধৃত ডকাইত কেইটাই।

এই ঘৃণণীয় কাণ্ড সংঘটিত কৰি মহিলাগৰাকীৰ হাত-ভৰি বান্ধি ডকাইত কেইটাই পলায়ন কৰে।

অভিযোগ অনুসৰি ডকাইতৰ দলটোৱে ২ কেজি ৰূপ, কেইবাটাও সোণৰ অলংকাৰ আৰু প্ৰায় ডেৰ লাখ নগদ ধন লৈ ঘৰৰ পৰা পলায়ন কৰে। লগতে পলায়ন কৰাৰ সময়ত ব্যৱসায়ীজনৰ স্কুটীখন লৈ যায় দুষ্কৃতিকাৰীয়ে। 

ইয়াৰ পিছতে ব্যৱসায়ীজনে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰে। পত্নীৰ বক্তব্যৰ ভিত্তিত এজাহাৰ দাখিল কৰা হয়। 

এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক অৰুণ ৰাজে কয়, ‘এজাহাৰ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ শাৰীৰিক পৰীক্ষাও কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তিনিটা দল গঠন কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।”

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd