• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ফুল বিক্ৰেতাসকল; ৰাজ্য চৰকাৰক সহায়ৰ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 10, 2020 12:14 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

দেশৰ লগতে ৰাজ্যখনতো চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন ৷ এই লকডাউনৰ সময় আহিছে কিছু শিথিলতা।দোকান পোহাৰ খুলিছে, কিন্তু বন্ধ হৈ আছে মঠ মন্দিৰ,বন্ধ হৈ আছে বিয়া-সবাহ ৷

ইয়াৰ ফলত ফুলৰ ব্যৱসায়ীৰ বিক্ৰী স্তব্ধ হৈ পৰিছে। বিক্ৰী নোহোৱা বাবে পচি গৈছে বহু ৰং বিৰঙী ফুল ৷

বিগত ডেৰমাহ ধৰি লকডাউনৰ ফলত তীৰ্থ নগৰী হাজোৰ প্ৰায় ১০ বিঘা মাটিৰ ফুল বিক্ৰীৰ অভাৱত পচি যায় বুলি নৰ্থ ইষ্ট নাওৰ আগত কয় ফুল বিক্ৰেতা অলকেশ দাসে।

আনহাতে, মৃতকৰ শ্ৰাদ্ধ বা ঘৰুৱা পূজাৰ বাবে ফুলৰ বিক্ৰী হৈছে যদিও সেয়া এপাচি শাকত এটি জালুকৰ লেখিয়া বুলি কয় দাসে ৷

ইপিনে, বিক্ৰী নহ’লেও যেন বিক্ৰী হ’ব তাৰ আশাত ৰৈছে পুষ্প ব্যৱসায়ী সকল।

পুষ্প ব্যৱসায়ী মৃদুল কলিতাই কয় যে ফুলৰ ব্যসায়ৰে তেওঁলোকৰ পৰিয়াল চলি আছে ৷ ল’ৰা-ছোৱালী পঢ়ি আছে।

তেওঁ জানিবলৈ দিয়ে যে পেটৰ তাড়নাত দোকান খুলিছে যদিও বিক্ৰী নাই। বিক্ৰী নোহোৱাৰ বাবে টকা-পইচা হাতত নাই।

‘’কিন্ত গ্ৰাহকৰ বাবে অপেক্ষা কৰি আছো কিজানিবা বিক্ৰী হয়েই,’’-আশাত বন্দী পুষ্প ব্যৱসায়ী কলিতাই কয়।

এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰে দুৰ্গত প্ৰায় সকলোকে সহায় কৰিছে ৷ গতিকে ৰাজ্য চৰকাৰক পুষ্প ব্যৱসায়ী সকলকো সহায়ৰ বাবে তেওঁলোকে আহ্বান জনাইছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd