• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 9:43 am
140
VIEWS
Share on FacebookShare on Twitter

এফপিঅ’ প্ৰত্যাহাৰ হ’বই পাৰে। তাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰৰ ভাৱমূৰ্তিত কোনো প্ৰভাৱ নপৰে। শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানি সৃষ্ট পৰিস্থিতিৰ ওপৰত এনে আশ্বাসেই দিয়ে। তদুপৰি তেওঁ কয় যে চৰকাৰৰ নিয়ন্ত্ৰকসকলে এই ক্ষেত্ৰত স্বতন্ত্ৰভাৱে কাম কৰি আছে।

বিত্ত মন্ত্ৰীগৰাকীয়ে শনিবাৰে মুম্বাইত ২০২৩-২৪ চনৰ বাজেট-পৰৱৰ্তী সন্মিলনত ভাষণ দিছিল। তেওঁ মনত পেলাই দি কয়, “এয়া প্ৰথম বাৰৰ বাবে নহয় যে এফপিঅ’ ঘূৰাই লোৱা হৈছে।”

কিন্তু আদানি গ্ৰুপৰ সৈতে এলআইচিৰ এক্সপোজাৰৰ বিষয়ে কি হ’ব? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এলআইচিয়ে নিজেই কোম্পানীটোৰ (আদানি) সৈতে তেওঁলোকৰ এক্সপোজাৰৰ বিষয়ে অৱগত কৰিছে।‘’ এলআইচিয়ে এই সপ্তাহত এটা বিবৃতি প্ৰকাশ কৰিছে। ই কৈছে যে আদানি গ্ৰুপৰ মুঠ সম্পত্তিৰ ১ শতাংশতকৈও কম বিনিয়োগ কৰা হৈছে। এইটো এতিয়াও লাভজনক সংখ্যাত আছে। ফলস্বৰূপে এলআইচিৰ গ্ৰাহকসকলৰ এই বিষয়ে ভয় কৰাৰ কাৰণ নাই।

বুধবাৰে, আদানি এণ্টাৰপ্ৰাইজেছে তেওঁলোকৰ ফলো-অন পাব্লিক অ’ফাৰ (এফপিঅ’) প্ৰত্যাহাৰ কৰে।  সম্পূৰ্ণৰূপে ছাবস্ক্ৰাইব হোৱা স্বত্বেও বজাৰৰ পৰিস্থিতিৰ বাবে এফপিঅ’ বাতিল কৰা হয়। আদানি এণ্টাৰপ্ৰাইজেছে ইয়াৰ জৰিয়তে প্ৰায় ২০,০০০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছিল। অধ্যক্ষ গৌতম আদানীয়ে নিজেই ইউটিউবত তাৰ ব্যাখ্যা দিছিল।

বৃহস্পতিবাৰে তেওঁ কৈছিল যে শ্বেয়াৰৰ বৰ্তমানৰ অৱস্থাত এই এফপিঅ’ক লৈ যোৱাটো নৈতিকভাৱে শুদ্ধ নহ’লহেঁতেন। সেয়েহে, বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

যোৱা ২৪ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শৰ্ট-ছেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গ্ৰুপৰ ওপৰত ষ্টক জালিয়াতি, একাউণ্টিং জালিয়াতি আৰু বৃহৎ ঋণৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰত হঠাতে পতন নামি আহে। আদানি গ্ৰুপে বাৰে বাৰে এই প্ৰতিবেদনক “ভিত্তিহীন” বুলি অভিহিত কৰিছে। কিন্তু ইয়ে কোনোধৰণে সহায় কৰা নাই। কোম্পানীটোৰ ষ্টকৰ মূল্য দ্ৰুতভাৱে হ্ৰাস পাইছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd