• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰিবলৈ পত্নীক বাধ্য কৰোৱাই প্ৰাণ হেৰুৱালে এগৰাকী স্বামীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2020 5:42 pm
index.jpgৈ

প্ৰতিকী ছবি

1.7k
VIEWS
Share on FacebookShare on Twitter

পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰাই মৃত্যুক সাৱটি ল’ব লগা হৈছে এজন স্বামীয়ে। ঘটনাটো ঘটিছে মাদুৰাইৰ টিৰুমংগলমত।

ঘটনাৰ বিৱৰণীৰ মতে দীৰ্ঘদিন ধৰি শিক্ষয়িত্ৰী পত্নীক শাৰীৰিক নিৰ্যাতন চলাই অহা মাতাল স্বামীয়ে ঘটনাৰ দিনাও পত্নীক অপ্ৰাকৃতি যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰাব খুজিছিল।

কিন্তু পত্নীয়ে পৰিয়ালৰ অন্য সদস্যৰ সহায়ত কুলাংগাৰ স্বামীক সেইদিনাই হত্যা কৰে।

অজ্ঞান অৱস্থাত পৰিয়ালৰ লোকৰ সৈতে পত্নীয়ে স্বামীক স্থানীয় চিকিৎসালয়লৈ লৈ গৈছিল। আৰু চিকিৎসকৰ আগত স্বামীয়ে বিচনাৰ পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি জনাইছিল।

চিকিৎসকে জনায় যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বে লোকজনৰ মৃত্যু ঘটে।

মৃত ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষা কৰোতে চিকিৎসকে গুপ্তাংগ আঘাত প্ৰত্যক্ষ কৰি সন্দেহ হোৱাত স্থানীয় মাদুৰাই আৰক্ষীক ঘটনাটো অৱগত কৰে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি পত্নীক জেৰা কৰে।

আৰক্ষীৰ জেৰাত পত্নী স্বীকাৰ কৰিছে যে পৰিয়ালৰ আন সদস্যৰ সহায়ত স্বামীক হত্যা কৰিছে।

পত্নী গৰাকীয়ে লগতে আৰক্ষীক কয় যে সদায় মাতাল হৈ স্বামীয়ে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁক বাধ্য কৰাৰ বাবে স্বামীক হত্যা কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত ব্যক্তিজনৰ নাম ই সুন্দৰ(৩৪)। আঠ বছৰ পূৰ্বে সুন্দৰে শিক্ষয়িত্ৰী গৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

যোৱা বৃহস্পতিবাৰে পত্নীয়ে স্বামীক টোপনিৰ ঔষধ খোৱাই দিয়ে। টোপনি ঔষধ খাই টোপনিত ঢলি পৰাৰ পিছতে পৰিয়ালৰ আন সদস্যসহ পত্নীয়ে স্বামীক মুখত এটা প্লাষ্টিকৰ বেগেৰে সোপা মাৰি শ্বাস-প্ৰশ্বাস বন্ধ কৰিবলৈ প্ৰয়াস কৰে।

কিন্তু ইমানতো স্বামীৰ মৃত্যু নোহোৱাত পত্নীয়ে স্বামীৰ গুপ্তাংগত আঘাত কৰে আৰু তাৰ পিছতে স্বামীৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে মৃতলোকজনে যোৱা আঠ বছৰ ধৰি পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত শনিবাৰে আৰক্ষীয়ে পত্নীসহ অন্য এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd