• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত বিদেশী প্ৰসংগ : আপত্তিৰ ক্ষেত্ৰত জেইল-জৰিমনা নিবিচাৰে ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 7:03 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শুদ্ধ আৰু বিদেশীমুক্ত কৰি তোলাৰ বাবে আপত্তি দাখিলৰ প্ৰক্ৰিয়াটোত জেইল-জৰিমনা, শাস্তি বিহাৰ পৰা বিৰত ৰখাৰ পক্ষে মত পোষণ কৰিছে মন্ত্ৰী পৰিষদে। চূড়ান্ত এন আৰ চি প্ৰস্তুতৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যুগুতাৱলৈ নিৰ্দেশ দিয়া ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিউৰ বা চমুকৈ এছ অ’ পিত এই বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৱগত কৰিব। দেওবাৰে অনুষ্ঠিত হৈ যোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত সিদ্ধান্তটো গ্ৰহণ কৰা হয়।

যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা চূড়ান্ত খচৰাত ডি-ভোটাৰ ঘোষিত বিদেশী, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন লোক, ডি-ভোটাৰৰ সতি সন্ততি তথা ঘোষিত বিদেশীৰ সতি সন্ততিৰ নাম বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু যদিহে কোনো লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে সেই আপত্তি দৰ্শোৱাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে।

আনহাতে, এই আপত্তি দৰ্শোৱাৰ ক্ষেত্ৰত যদি ভুল হয় তেতিয়াহ’লে আপত্তি দৰ্শোৱা লোকজন ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি আপত্তি দাখিলৰ খচৰা প্ৰপত্ৰত উল্লেখ আছে। এই বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দেওবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে আপত্তি দাখিলৰ ক্ষেত্ৰত এনে চৰ্ত থকাটো বিচৰা নাই। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ৰাইজে বিচাৰেছে যে সন্দেহজনক লোকৰ বিৰুদ্ধে আপত্তি দৰ্শাব পৰা ব্যৱস্থা হ’ব লাগে আৰু কৰ্তৃপক্ষই সেই আপত্তিৰ ভিত্তিত অনুসন্ধান কৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ব নে নাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

ইপিনে অহা ১৬ আগষ্টৰ পৰৱৰ্তী শুনানিৰ আগেয়ে এছ অ’ পি  যুগুতাৱলৈ উচ্চতম ন্যায়ালয়ে ভাৰতৰ মহা পঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক নিৰ্দেশ দিছে। সেয়েহে আপত্তিৰ ক্ষেত্ৰত ভুল তথ্য দাখিলৰ বাবে আপত্তি দৰ্শোৱা ব্যক্তি শাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টো এছ অ’ পিত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰে আৰ্জি দিব। কেন্দ্ৰীয় মন্ত্ৰালয় তথা মন্ত্ৰালয়ৰ অধীনৰ মহা পঞ্জীয়কৰ সৈতে প্ৰয়োজনীয় যোগাযোগ কৰিবলৈ মন্ত্ৰী পৰিষদে মুখ্য সচিৱক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd