• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্ষণৰ অপৰাধত ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত ৮৬ বছৰীয়া বিজেপি নেতা: ৫০ লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2023 9:04 pm
BJP MLA rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হৈছে বিজেপিৰ এগৰাকী ৮৬ বৰ্ষীয় নেতা। ২১ বছৰ পুৰণি এই গোচৰত অভিযুক্ত এই প্ৰাক্তন বিজেপি বিধায়ক গৰাকীক আদালতে দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে। লগতে আৰোপ কৰিছে ১০ লাখ টকাৰ জৰিমনা।

এই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ২০০২ চনত। ৰাজস্থানৰ বিজেপি নেতা ভনৱাৰলাল ৰাজপুৰোহিতৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত অৱশেষত বুধবাৰে নগৌৰ আদালতে প্ৰাক্তন বিধায়কগৰাকীক শাস্তি প্ৰদান কৰে।

মহিলাগৰাকীৰ অভিযোগ মতে, বিজেপি নেতাগৰাকীয়ে তেওঁক ঘৰলৈ মাতি নিয়াৰ পিছত উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। মুম্বাইত থকা মহিলাগৰাকীৰ স্বামীক ফোন কৰিবলৈ দিয়াৰ অচিলাৰে ঘৰলৈ মাতি নি ভনৱাৰলালে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ কৰিছিল।

পিছত ঘটনাক গাপ দিয়াৰ মানসেৰে ভনৱাৰলালে ৫০০ টকাৰে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল। ইফালে ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা মহিলাগৰাকীয়ে গৰ্ভপাত কৰিবলৈও বাধ্য হৈছিল।

ইয়াৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ পিছৰ বছৰতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ধৰ্ষণৰ অভিযোগত অভিযুক্ত হোৱাৰ পিছতো ভনৱাৰলালক বিজেপিয়ে টিকট দিছিল। ২০০৩ চনত মাকৰ্ণৰ আসনত ভনৱাৰলালে জয়লাভ কৰে।

অৱশেষত বুধবাৰে দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত দোষী সাব্যস্ত হয় বিজেপি নেতাগৰাকী। বিচাৰপীঠে শাস্তি ঘোষণা কৰাৰ সময়ত হুইল চেয়াৰত বহি আদালতত উপস্থিত আছিল প্ৰাক্তন বিধায়কগৰাকী। আদালতকক্ষতে লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভনৱাৰলালক।

১০ বছৰীয়া কাৰাদণ্ডৰ শাস্তিৰ লগতে আদালতে ভনৱাৰলালক ৫০ লাখ টকা জৰিমনা আৰোপ কৰিছে। এই সমুদায় ধন ভুক্তভোগী মহিলাগৰাকীৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছে আদালতে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd