• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে অগপই অসমবাসীক লগত লৈ প্ৰতিবাদ কৰিব : প্ৰফুল্ল কুমাৰ মহন্ত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 14, 2018 10:13 pm
prafulla-kumar

প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

405
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে উঠি পৰি লগা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰত এই প্ৰসংগত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত অনুষ্ঠিত হোৱা অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণৰ বাবে অহা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই আজি শিৱসাগৰত আয়োজিত এখন সংবাদ মেলত কয় যে নাগৰিকত্ব বিধেয়ক প্ৰসংগত অগপৰ স্থিতি স্পষ্ট। অসম চুক্তি উলংঘা কৰা কোনো কাৰ্যত অগপই কেতিয়াও সমৰ্থন নজনায়। নাগৰিকত্ব বিধেয়কৰ দৰে জাতিধ্বংসী বিলৰ বিৰুদ্ধে অগপই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব। নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ জাতীয় স্বাভিমান, কৃষ্টি, সংস্কৃতি, ভাষা সম্পূৰ্ণৰূপে ধবংস কৰি দিব।

সংবাদ মেলত মহন্তই ইটোৰ পাছত সিটো মন্তব্যৰে মিত্ৰ দল বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে  বিজেপিয়ে এই বিল সংসদত অনুমোদন জনালেও অগপ দলে অসমবাসীক লগত লৈ ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি যাব আৰু বাস্তৱত ইয়াক কেতিয়াও ৰূপায়িত হ’ব নিদিয়ে।

ইয়াৰ উপৰি মহন্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো পধ্যেই অগপই বিজেপিৰ সৈতে পঞ্চায়তত মিত্ৰতা নকৰে। অসমৰ জাতীয়তাবাদী ভাৱাপন্ন দল-সংগঠন আৰু অসমৰ ৰাইজক লৈ অগপই অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব বুলি মন্তব্য কৰে।

আনহাতে শনিবাৰে গুৱাহাটীত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভতো মহন্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত মহন্তই এয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ধুবুৰীৰ পৰা শদিয়ালৈ বৰাক, ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰে এতিয়া কেৱল অনুন্নয়ণৰ ছবিহে ভাঁহি উঠিছে। কৰ্ম সংস্থাপনহীন হৈ লাখ লাখ নিবনুৱা হতাশগ্ৰস্ত হৈ পৰিছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ চৰকাৰখনে জাতি-মাটি, ভেটিৰ সুৰক্ষা, পৰ্যাপ্ত নিৰাপত্তা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বাৰুকৈয়ে বিফল হোৱাৰ বাবে পঞ্জীভূত ক্ষোভে এনে জটিল ৰূপ ধাৰণ কৰিছে বুলি মহন্তই মন্তব্য কৰে।

Recent News

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd