• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধনবল-বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে : প্ৰাক্তন কংগ্ৰেছী সাংসদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2018 7:17 am
Dijen Sarmah

প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ দলৰ উপ সভাপতি দ্বিজেন শৰ্মা। ফটো : নৰ্থইষ্ট নাও

604
VIEWS
Share on FacebookShare on Twitter

‘‘ধন বল, বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে,’’- পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে চমকপ্ৰদ সফলতা লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই।

তেওঁ লগতে কয়, “পঞ্চায়ত নিৰ্বাচনত  প্ৰথম হেলিকপ্টাৰ উৰুৱাইছে বিজেপিয়ে। পূৰ্বতে এনেকুৱা হোৱা নাছিল।”

তদুপৰি, পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভয়-ভীতি প্ৰদৰ্শন কৰি ভোট আহৰণৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ তোলে শৰ্মাই।

অৱশ্যে, নিৰ্বাচনী ফলাফলত বৰ্তমানলৈকে দ্বিতীয় স্থানত থাকিও সন্তুষ্ট কংগ্ৰেছৰ নেতাজন।

“যদিওবা আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দ্বিতীয় স্থানত আছো তথাপিও আমি সন্তুষ্ট। ভৱিষ্যতে অধিক ভাল ফল দেখুৱাবলৈ চেষ্টা কৰিম।‘’ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই।

বিজেপি বিৰোধী দল হৈ থকাৰ সময়ৰ তুলনাত কংগ্ৰেছ দলে বিৰোধী আসনত থাকিও এক সন্তুষ্টিমূলক ফলাফল লাভ কৰিব সক্ষম হৈছে বুলি দাবী কৰে দ্বিজেন শৰ্মাই।

তেওঁ কয়, ‘’বিজেপি বিৰোধী হৈ থকাৰ সময়ত অৰ্থ্যাৎ ২০১৩ চনত মাত্ৰ ১৫ খনহে জিলা পৰিষদৰ আসন লাভ কৰিছিল। তাৰ তুলনাত কংগ্ৰেছ দল বিৰোধীত থাকিও জিলা পৰিষদত বৰ্তমানলৈকে বহুসংখ্যক আসন দখল কৰিছে।‘’

আনহাতে, ৰিপুন বৰাৰ নিজা সমষ্টিত তথা ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ দুৰ্গ খহাৰ প্ৰসংগত সোধাত তেওঁ বিজেপিৰ গালৈ বোকা ছটিয়ায়।

‘অতি সাম্প্ৰদায়িক মন্তব্যৰে নিজকে চিনাকি দিয়া শিলাদিত্য দেৱক হোজাইত ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে তথা বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিতে কংগ্ৰেছে বেছিকৈ আসন লাভ কৰিছে।‘’ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে লগতে এইদৰে কয়।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd