• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন কংগ্ৰেছী সাংসদৰ দাবী চীনে অৰুণাচলৰ যুৱকক চীনৰ PLA ত ভৰ্তি কৰোৱাৰ চেষ্টা চলাইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 6:52 pm
Ninong Ering

নিনং এৰিং।

322
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন কংগ্ৰেছ সাংসদ নিনং এৰিঙে কয় যে চীনে অৰুণাচল প্ৰদেশৰ যুৱকক চাইনীজ পিপল’ছ লিবাৰেশ্যন আৰ্মি (PLA) ত ভৰ্তি কৰোৱাৰ বাবে চেষ্টা চলাই আছে।

‘’আমি এতিয়ালৈ লাভ কৰা তথ্য মতে চীনৰ PLAই তিব্বতৰ লগতে অৰুণাচলৰ পৰাও যুৱকক ভৰ্তি কৰোৱাৰ চেষ্টা চলাইছে। এইটো অত্যন্ত চিন্তাৰ বিষয় আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা তথা গৃহ মন্ত্ৰ্যালয়ে এয়া গুৰত্বসহকাৰে লোৱা উচিত,’’-লোকসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয়।

এৰিঙে কয় যে চীনৰ সীমান্তত বসবাস কৰা নিশি, আদি, মিছিমি, ইদু সম্প্ৰদায়ৰ লোকসকলৰ চীনৰ এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে কিছু সাদৃশ্য আছে।

‘’অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত বসবাস কৰা লোকলৰ আৰু এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ ভাষাৰ মাজত সাদৃশ্য আছে। কিন্তু সেইটোৱে নুবুজায় যে তেওঁলোকে চীনৰ PLAত যোগদান কৰিব বিচাৰিব,’’-তেওঁ কয়।

কংগ্ৰেছ নেতাগৰাকীয়ে আনহাতে কয় যে যিধৰণে তেওঁলোকে বিছাত গৃহ নিৰ্মাণ কৰিছে তথা গেহলিং আৰু আনিনিত পথ নিৰ্মাণ কৰিছে, তালৈ চাই অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাসকলক চীনৰ দ্বাৰা প্ৰভাৱিত নহ’ব বুলি উৰুৱাই দিব নোৱাৰি।

‘’মই প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক অনুৰোধ জনাব খোজো যে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে আৰু আমাৰ সীমান্ত সুৰক্ষিত কৰিবলৈ অৰুণাচলী যুৱকক বিভিন্ন বাহিনীসমূহত মকৰল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে,’’- প্ৰাক্তন সাংসদ গৰাকীয়ে কয়।

Recent News

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd